AJB Class 5 Social Science | Chapter 14 | পৃথিৱীৰ আকৃতি | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 14

পৃথিৱীৰ আকৃতি

১।একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) ‘জিয়ইদ’ মানে কি?

উত্তৰঃ

(খ) মেগলান নামৰ নাৱিকজনে কি প্ৰমাণ কৰিছিল?

উত্তৰঃ

(গ) পৃথিৱীৰ পৰিধি সৰ্বপ্ৰথমে কোনে জুখি উলিয়াইছিল?

উত্তৰঃ

(ঘ) পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা?

উত্তৰঃ

(ঙ) বিষূৱীয় ব্যাস কাক বোলে?

উত্তৰঃ

(চ) বিষুৱীয় ব্যাস আৰু মেৰু ব্যাসৰ মাজত পাৰ্থক্য পৰিলক্ষিত হোৱাৰ কাৰণ কি?

উত্তৰঃ

(ছ) বিষুৱৰেখা কাক বোলে?

উত্তৰঃ

(জ) দ্ৰাঘিমা ৰেখা কি?

উত্তৰঃ

(ঝ) গুৰুবৃত্ত কাক বোলে?

উত্তৰঃ

২।খালী ঠআই পূৰ কৰা।

(ক) পৃথিৱীৰ আকৃতি   ।

(খ) গোলক পৃথিৱীৰ   ।

(গ) পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুবিন্দু লগ লগাই কল্পনা কৰা ৰেখাডালক    ব্যাস বোলে।

(ঘ) পৃথিৱীৰ বিষুৱীয় ব্যাসতকৈ মেৰুব্যাসডাল       ।

(ঙ) বিষুৱৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা ৰেখাবোৰক   বোলে।

(জ) গোটেই পৃথিৱীতে মুঠতে  ডাল দ্ৰাঘিমাৰেখা কল্পনা কৰা হৈছে।

(ঝ) 0 দ্ৰাঘিমাৰেখা আৰু দ্ৰাঘিমাৰেখাডাল লগ লাগি এটা গুৰু বৃত্তৰ সৃষ্টি কৰিছে।

(ঞ)   ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ।

৩।শুদ্ধ নে অশুদ্ধ লিখাঁ।

(ক) ভাৰতবৰ্ষত দিন হ’লে আমেৰিকাত ৰাতি হয়।

উত্তৰঃ

(খ) পৃথিৱীৰ আকৃতি থাল এখনৰ দৰে ঘূৰণীয়া।

উত্তৰঃ

(গ) পৃথিৱীৰ উপৰিভাগ সমান।

উত্তৰঃ

(ঘ) পৃথিৱীৰ মেৰু ব্যাস আৰু বিষুৱীয় ব্যাসৰ দৈৰ্ঘ্য সমান।

উত্তৰঃ
(ঙ) পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ বৃত্তাকাৰ।

উত্তৰঃ

(চ) বিষুৱৰেখাডালে পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে।

উত্তৰঃ
(ছ) পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ সমান্তৰাল আৰু সমান।

উত্তৰঃ

৪। উত্তৰ লিখাঃ (আনুমানিক ২০ৰ পৰা ৩০ শব্দৰ ভিতৰত)

(ক) পৃথিৱীৰ আকৃতি গোলাকাৰ হোৱাৰ এটা প্ৰমাণ দিয়া।

উত্তৰঃ

(খ) পৃথিৱীৰ এটা অংশত দিন হ’লে আনটো অংশত ৰাতি হোৱাৰ কাৰণ কি?

উত্তৰঃ

(গ) পৃথিৱীৰ আকৃতি বাখ্যা কৰা।

উত্তৰঃ

(ঘ) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ মাজত থকা পাৰ্থক্যসমূহ লিখা।

উত্তৰঃ

৫। চিত্ৰ আঁকি দেখুওৱা।

(ক) বিষুৱীয় ব্যাস আৰু মেৰু ব্যাস।                                                                                                                

(খ) বিষুৱৰেখা,উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ।

(গ) কৰ্কক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা, সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত।

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop