AJB Class 5 Social Science | Chapter 18 | নগৰৰ ধাৰণা | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 18

নগৰৰ ধাৰণা

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) ভাৰতবৰ্ষত কি কাৰণে গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি?

উত্তৰঃ

(খ) বৰ্তমান সময়ত নগৰ-চহৰবোৰ ক্ৰমে ডাঙৰ হ’বলৈ ধৰাৰ মূল কাৰণটি কি?

উত্তৰঃ

(গ) পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা উল্লেখ কৰা।

উত্তৰঃ 

২।খালী ঠাই পূৰ কৰাঁ।

(ক) ক’হিমা ভাৰৰ  ৰাজ্য।

(খ) উত্তৰ-পূব ভাৰতৰ ৰাজ্যৰ সংখ্যা   খন।

(গ)   ভাৰতৰ উত্তৰ-পূবৰ দুৱাৰমুখ।

(ঘ) অৰুনালৰ টাৱাং এখন   নগৰী।

৩। উত্তৰ লিখাঁ।

(ক) পৃথিৱীৰ চাৰিখন উন্নত দেশ

উত্তৰঃ

(খ) ভাৰতবৰ্ষৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ চাৰিখন

উত্তৰঃ

(গ) উত্তৰ-পূব ভাৰতৰ চাৰিখন বাণিজ্যিক নগৰী

উত্তৰঃ

(ঘ) ভাৰতৰ চাৰিখন বিখ্যাত পৰ্যটন নগৰী

উত্তৰঃ

৪। নগৰ-চহৰ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় যিকোনো দুটা কাৰণ লিখাঁ।

উত্তৰঃ

৫। সাগৰ আৰু নদীৰ পাৰৰ বন্দৰক কেন্দ্ৰ গঢ়ি উঠা চাৰিখন নগৰৰ নাম লিখাঁ।

উত্তৰঃ

৬।অসমৰ কেইখনমান বাণিজ্যিক চহৰৰ নাম লিখাঁ।

উত্তৰঃ

৭।ভাৰতৰ যিকোনো চাৰিখন তীৰ্থস্থাানৰ নাম লিখাঁ।

উত্তৰঃ 

৮।প্ৰাকৃতিক দৃশ্য,বতৰ,জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা যিকোনো নগৰ চাৰিখনৰ নাম লিখাঁ।

উত্তৰঃ

৯।গুৱাহাটী মহানগৰত দেখা দিয়া তিনিটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ  

১০।পৃথিৱীখনক কিয় ‘বিশ্বগাওঁ’ আখ্যা দিয়া হৈছে?

উত্তৰঃ

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop