AJB Class 5 Social Science | Chapter 5 | ভাৰতত আৰ্যসকল | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 5

ভাৰতত আৰ্যসকল

১। উত্তৰ লিখা । 

(ক) আর্যসকলে ভাৰতত কোন দিশেৰে প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ 

(খ) খ্রী.পূ. কিমান শতিকাত আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ 

(গ) আর্যসকল আহি পােনপ্ৰথমে ভাৰতৰ কোন ঠাইত বসবাস কৰিবলৈ লয় ? 

উত্তৰঃ 

(ঘ) আর্যসকলৰ মাজত বাল্য বিবাহৰ আৰু বিধবা বিবাহৰ প্ৰচলন আছিলনে ? 

উত্তৰঃ

(ঙ) আর্যসকলৰ চাৰিবৰ্ণ কি কি ?

উত্তৰঃ 

(চ) আৰ্যসকলে নিজৰ জীৱন কালছােৱাক কি কি ভাগত ভাগ কৰিছে ? 

উত্তৰঃ 

(ছ) আর্যসকলৰ মূল জীৱিকা কি ? 

উত্তৰঃ 

(জ) আৰ্যসকলে বস্তু বিনিময়ৰ বাবে কি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ

(ঝ) নিক্সা কি ? 

উত্তৰঃ 

(ঞ) আৰ্যসকলে প্রধান দেৱী হিচাপে কাক কাক পূজা কৰিছিল ? 

উত্তৰঃ 

(ট) আর্যসকলৰ আদি গ্রন্থ কি ? 

উত্তৰঃ 

(ঠ) বেদৰ আন এটা নাম কি ? 

উত্তৰঃ 

(ড) বেদৰ অর্থ কি ? 

উত্তৰঃ 

(ঢ)বেদ কেইখন আৰু কি কি ? 

উত্তৰঃ 

(ণ) আটাইতকৈ প্রাচীন বেদখনৰ নাম কি ? 

উত্তৰঃ 

(ত) ঋকবেদত কিমানটা শ্লোক আছে ? 

উত্তৰঃ

(থ) চিকিৎসা বিজ্ঞান সম্পর্কীয় বেদ কোনখন ? 

উত্তৰঃ

(দ) আর্যসকলৰ চাৰিখন বেদৰ উপৰি তিনিখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখ । 

উত্তৰঃ 

(ধ) দশমিক সংখ্যাৰ ধাৰণা প্ৰথমতে ক’ত হৈছিল ? 

উত্তৰঃ 

(ন) বেদৰ উপৰি চাৰিখন উপবেদ কি কি ? 

উত্তৰঃ 

(প) আৰ্যসকলৰ বিশ আৰু জন কি ? 

উত্তৰঃ 

(ফ) আর্যসকলৰ পৰিয়ালৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ 

(ব) আৰ্যসকলৰ গাঁৱৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ

(ভ) আৰ্যসকলৰ বিশৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ 

(ম) আর্যসকলৰ জনৰ মূল মানুহজনক কি বােলে ? 

উত্তৰঃ 

(য) ৰামায়ণ আৰু মহাভাৰত কেতিয়া ৰচনা হৈছিল ? 

উত্তৰঃ 

(ৰ) মহাকাব্য দুখনৰ পিছত উল্লেখযােগ্য ৰচনাৰাজি কি ? 

উত্তৰঃ 

(ল) পুৰাণ কেইখন ? 

উত্তৰঃ 

(ব) আৰ্যসকলে যাতায়াতৰ বাবে কি ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ  

(শ) আৰ্যসকলৰ মুখ্য বিচাৰপতি কোন ?

উত্তৰঃ 

(ষ) আৰ্যসকলে অগ্নিৰ পিছত কাক স্তুতি কৰিছিল ? 

উত্তৰঃ 

২। চমুকৈ উত্তৰ লিখা । 

(ক) আৰ্যসকলৰ সীমা ক’ৰপৰা ক’লৈ আছিল ? 

উত্তৰঃ 

(খ) পাঠৰ মতে আর্য শব্দৰ অৰ্থ কি কি ? 

উত্তৰঃ 

(গ) আর্যসকলৰ হাতত যুদ্ধত হাৰি অনাৰ্যসকল কলৈ গৈছিল ? 

উত্তৰঃ 

(ঘ) কি কি গুণৰ ওপৰত নিৰ্ভৰ কৰি এজন ৰাজন নির্বাচিত হ’ব পাৰে ?

উত্তৰঃ 

(ঙ) মহাকাব্যৰ যুগ বুলিলে কি বুজা ? 

উত্তৰঃ 

(চ) আৰ্যসকল পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কাৰণ কি কি ? 

উত্তৰঃ 

(ছ) আৰ্যসকলে অনাৰ্যসকলপৰা কি কি শিকিছিল ? 

উত্তৰঃ 

(জ) আর্যাৱর্ত মানে কি ? 

উত্তৰঃ 

(ঝ) “ নীবি ’ , বাস ’ আৰু ‘ অধিবাস ’ শব্দৰ অর্থ কি ? 

উত্তৰঃ 

৩। চমু টোকা লিখা । 

(ক) সপ্ত সিন্ধু 

উত্তৰঃ 

(খ) আর্যসমাজত নাৰীৰ স্থান 

উত্তৰঃ  

(গ) আর্যসকলৰ খাদ্য 

উত্তৰঃ 

(ঘ) আর্যসকলৰ সাজপাৰ 

উত্তৰঃ 

(ঙ) আৰ্য সকলৰ শাসন ব্যৱস্থা 

উত্তৰঃ 

(চ) চতুৰাশ্রম 

উত্তৰঃ 

(ছ) বর্ণ বিভাগ 

উত্তৰঃ 

(জ) আৰ্যসকলৰ অর্থনৈতিক জীৱন

উত্তৰঃ 

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop