🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science | Chapter 9 | জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 9

জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

ক) কৃষিজীৱী কাক বোলে?

উত্তৰঃ

খ) অসমৰ শুৱালকুছি কোনটো উদ্যোগৰ লগত জড়িত?

উত্তৰঃ

গ) অসমৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়়িত?

উত্তৰঃ

ঘ) পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰঃ

ঙ) তুন্দ্ৰা অঞ্চলত খেতি-বাতি কিয় কৰিব পৰা নাযায়?

উত্তৰঃ

চ) অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ

ছ) কৃষি বনুৱা কাক বোলে?

উত্তৰঃ

জ) সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত দুটা বৃত্তিৰ নাম লিখাঁ।

উত্তৰঃ

২। খালী ঠাই পূৰ কৰাঁ।

ক) আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা হৈছে   ।

খ) গোবৰ, জাবৰ-জোঁথৰ আদি পচাই   সাৰ প্ৰস্তুত কৰা হয়। 

গ) ভাৰতৰ বয়ন উদ্যোগসমূহত প্ৰয়োজনতকৈ    লোকজড়িত হৈ আছে।

ঘ) খেতিপথাৰত নতুন নতুন বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ ফলত উৎপাদন পৰিমাণ      পাইছে।

ঙ) আজিকালি খেতিপথাৰত        শ্ৰমৰ প্ৰয়োজন কমি আহিছে।

৩। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাঁ।

ক) ভাৰতবৰ্ষৰ ৭০ শতাংশ লোক কৃষিজীৱী।

উত্তৰঃ

খ) খেতিপথাৰসমূহত উন্নত আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰাৰ ফলত উৎপাদন হ্ৰাস পাইছে।

উত্তৰঃ 

গ) কম পৰিমাণৰ মাটিত খেতিয়কে নাঙলেৰে মাটি চহ কৰে।

উত্তৰঃ 

ঘ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চিকাৰ কৰা।

উত্তৰঃ 

ঙ) উদ্যোগসমূহত দৈনিক মজুৰিৰি ভিত্তিত কাম কৰা লোকক কৃষি বনুৱা বোলে।

উত্তৰঃ 

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঁ।

‘ক’ অংশ‘খ’ অংশ
(ক) ভাৰতবৰ্ষখেতিয়কসকলে খেতিপথাৰত ব্যস্ত হৈ পৰে
(খ) ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদিবয়ন শিল্পৰ লগত জড়িত অঞ্চল।
(গ) বাৰিষা কালতখেজুৰ, উটৰ গাখীৰ, মাংস আদি খাদ্য় খাই জীয়াই থাকে
(ঘ) শুৱালকুছিএখন কৃষিপ্ৰধান দেশ
(ঙ) শিক্ষকসকলবেছি পৰিমাণৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়
(চ) মৰুভূমি অঞ্চলৰ লোকসকলে সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত হৈ থাকে

উত্তৰঃ 

৫। চমু উত্তৰ লিখাঁ ( ২০ টা শব্দৰ ভিতৰত )।

ক) বৃত্তি বুলিলে কি বুজা? তুমি সমাজ জীৱনত দেখা কেইটামান বৃত্তিৰ উদাহৰণ দিয়াঁ।

উত্তৰঃ

খ) কৃষি বনুৱাসকলে খেতিপথাৰত কাম নাথাকিলে কেনেদৰে জীৱন নিৰ্বাহ কৰে লিখাঁ।

উত্তৰঃ

গ) সাগৰৰ পাৰৰ লোকসকলৰ বৃত্তি কেনেধৰণৰ হয় লিখাঁ।

উত্তৰঃ

ঘ) কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতি ব্য়ৱহাৰৰ ফলত হোৱা সুবিধাবোৰ কি কি?

উত্তৰঃ

ঙ) মানুহৰ বৃত্তি বা জীৱিকা ভিন্ন হোৱাৰ কাৰণবোৰ কি কি?

উত্তৰঃ

চ) তুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি কি হয় লিখাঁ।

উত্তৰঃ

ছ) মৰুভূমি অঞ্চলৰ মানুহৰ খাদ্য কেনে ধৰণৰ হয় লিখাঁ

উত্তৰঃ

জ) মৰুভূমি অঞ্চলৰ মানুহে কিদৰে জীৱিকা নিৰ্বাহ কৰে লিখাঁ।

উত্তৰঃ

৬। চমু টোকা লিখাঁ।

ক) অসমৰ ভৈয়ামৰ কৃষি

উত্তৰঃ

খ) অসমৰ বয়ন উদ্যোগ

উত্তৰঃ

গ) উদ্যোগৰ পৰস্পৰ নিৰ্ভৰশীলতা

উত্তৰঃ

ঘ) তুন্দ্ৰা অঞ্চল

উত্তৰঃ

৭। পাৰ্থক্য লিখাঁ। (এটি বা দুটিকৈ)

ক) পুৰণি কৃষি পদ্ধতি আৰু আধুনিক কৃষি পদ্ধতি

উত্তৰঃ 

খ) পুৰণি যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আৰু আধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থা।

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop