🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Education Book Chapter 5 (a) | অধ্যায় ৫ (ক) | মানসিক জীৱনৰ দৈহিক ভিত্তি | MCQs Short Question And Answer |

Chapter 5 (a)

মানসিক জীৱনৰ দৈহিক ভিত্তি

1. জীৱন্ত যন্ত্ৰ বুলি কাক কোৱা হয়?

(ক) মানুহৰ মনটোক।

(খ) মানুহৰ শৰীৰটোক।

(গ) মানুহৰ আবেগক।

উত্তৰঃ (খ) মানুহৰ শৰীৰটোক।

2. স্নায়ুতন্ত্ৰক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) চাৰিটা ভাগত ভাগ কৰিব পাৰি।

(খ) পাঁচটা ভাগত ভাগ কৰিব পাৰি।

(গ) তিনিটা ভাগত ভাগ কৰিব পাৰি।

উত্তৰঃ (গ) তিনিটা ভাগত ভাগ কৰিব পাৰি।

3. উৎপত্তি স্থান অনুযায়ী স্বতঃক্ৰিয় স্নায়ুতন্ত্ৰক কেইটা ভাগত ভাগ কৰিব পাৰি? 

(ক) পাঁচটা ভাগত ভাগ কৰিব পাৰি।

(খ) চাৰিটা ভাগত ভাগ কৰিব পাৰি।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (গ) ওপৰত থকা এটাও নহয়।

4. স্নায়ুতন্ত্ৰৰ প্ৰধান কেন্দ্ৰ কি?

(ক) কোষ।

(খ) মস্তিষ্ক।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) মস্তিষ্ক।

5. প্ৰান্তীয় স্নায়ুতন্ত্ৰ কেইটা ভাগত বিভক্ত?

(ক) চাৰিটা ভাগত বিভক্ত।

(খ) দুটা ভাগত বিভক্ত।

(গ) তিনিটা ভাগত বিভক্ত।

উত্তৰঃ (খ) দুটা ভাগত বিভক্ত।

6. মধ্য়মস্তিষ্কত কেইটা গুৰুত্বপূৰ্ণ অংশ থাকে?

(ক) চাৰিটা গুৰুত্বপূৰ্ণ অংশ থাকে।

(খ) তিনিটা গুৰুত্বপূৰ্ণ অংশ থাকে।

(গ) দুটা গুৰুত্বপূৰ্ণ অংশ থাকে।

উত্তৰঃ (গ) দুটা গুৰুত্বপূৰ্ণ অংশ থাকে।

7. লঘুমস্তিষ্ক আৰু গুৰুমস্তিষ্কৰ মাজত কি অৱস্থিত?

(ক) প্ৰান্তীয় স্নায়ুতন্ত্ৰ।

(খ) থেলামাছ।

(গ) মধ্য়মস্তিষ্ক।

উত্তৰঃ (গ) মধ্য়মস্তিষ্ক।

8. মানুহৰ কাণৰ তিনিটা অংশ কি কি? 

(ক) ৰেটিনা, বহিঃকৰ্ণ আৰু দণ্ডকোষ।

(খ) বহিঃকৰ্ণ, মধ্য়কৰ্ণ আৰু ককলিয়া।

(গ) বহিঃকৰ্ণ, মধ্য়কৰ্ণ আৰু অন্তঃকৰ্ণ।

উত্তৰঃ (গ) বহিঃকৰ্ণ, মধ্য়কৰ্ণ আৰু অন্তঃকৰ্ণ।

9. ৰেটিনা বা অক্ষিপটত কেইপ্ৰকাৰৰ গ্ৰাহক কোষ আছে?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

10. স্বাদেন্দ্ৰিয় বুলি কাক কোৱা হয়?

(ক) নাকক।

(খ) জিভাক।

(গ) কাণক।

উত্তৰঃ (খ) জিভাক।

11. ছালত মূলতঃ কেইটা স্তৰ আছে?

(ক) চাৰিটা।

(খ) দুটা।

(গ) তিনিটা।

উত্তৰঃ (গ) তিনিটা।

12.  প্ৰমস্তিষ্কৰ আৱৰণৰ ভাঁজবোৰৰ ভিতৰত কি আছে?

(ক) কোষসমূহ।

(খ) দুটা গভীৰ খাজ বা ফাক।

(গ) ওপৰত থকা

উত্তৰঃ

13. কৰ্ণশংকু কি?

(ক) কাণত থকা অন্তঃকৰ্ণৰ এবিধ অংশ।

(খ) কাণৰ প্ৰকৃত শব্দ গ্ৰহণ যন্ত্ৰ।

(গ) কাণত থকা এবিধ গুৰুত্বপূৰ্ণ অংশ।

উত্তৰঃ (খ) কাণৰ প্ৰকৃত শব্দ গ্ৰহণ যন্ত্ৰ।

14. ঘ্ৰানেন্দ্ৰিয় বুলি কাক কোৱা হয়?

(ক) নাক।

(খ) কাণ।

(গ) ছাল।

উত্তৰঃ (ক) নাক।

15. প্ৰমস্তিষ্কৰ কেইটা মূল কেন্দ্ৰ আছে?

(ক) তিনিটা।

(খ) সাঁতটা।

(গ) নটা।

উত্তৰঃ (ক) তিনিটা।

16. নাকৰ ভিতৰৰ অংশটোক কি বুলি কোৱা হয়?

(ক) নাসাপথ।

(খ) নাসাগহ্বৰ।

(গ) ওপৰত থকা দুয়োটাই।

উত্তৰঃ (গ) ওপৰত থকা দুয়োটাই।

17. আমাৰ সমগ্ৰ দেহ কিহৰ দ্বাৰা আবৃত?

(ক) কোষৰ দ্বাৰা।

(খ) ছালৰ দ্বাৰা।

(গ) ওপৰত থকা এটাও নহয়।

উত্তৰঃ (খ) ছালৰ দ্বাৰা।

18. সাধকেন্দ্ৰিয়সমূহ কেইপ্ৰকাৰৰ?

(ক) চাৰি প্ৰকাৰৰ।

(খ) দুই প্ৰকাৰৰ।

(গ) তিনি প্ৰকাৰৰ।

উত্তৰঃ (খ) দুই প্ৰকাৰৰ।

19. পিনিয়েল গ্ৰন্থি ক’ত অৱস্থিত?

(ক) লাওখোলাত।

(খ) ডিঙিত।

(গ) মস্তিষ্কত।

উত্তৰঃ (গ) মস্তিষ্কত।

20. মেৰুমৰ্জ্জাক কি নামেৰে জানিব পৰা যায়?

(ক) সুষুম্নাশীৰ্ষ।

(খ) সুষম্নাকাণ্ড।

(গ) শিৰনিম্ন।

উত্তৰঃ (খ) সুষম্নাকাণ্ড।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop