Class 4 Assamese Book Chapter 6 | দীঘল-ঠেঙীয়া | MCQs Short Question Answer SCERT School |

Chapter 6

দীঘল-ঠেঙীয়া

১। বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল ?

(ক) বৰষুণক

(খ) চুৰক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বৰষুণক

২। ‘এ প্ৰভু, দীঘল-ঠেঙীয়াই নেপাই যেন ‘ এই কথাষাৰ কোনে কৈছিল ?

(ক) চুৰটোৱে কৈছিল

(খ) বুঢ়ীয়ে কৈছিল

(গ) ৰামে কৈছিল

উত্তৰঃ (খ) বুঢ়ীয়ে কৈছিল

৩। এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব এইদৰে কোনে ভাবিছিল ?

(ক) বুঢ়ীয়ে

(খ) ৰাজুয়ে

(গ) চুৰে

উত্তৰঃ (গ) চুৰে

৪।তেওঁ শোৱা ঘৰটো কেনেকুৱা আছিল ?

(ক) পুৰণি

(খ) নতুন

(গ) কাঠৰ

উত্তৰঃ (ক) পুৰণি

৫। নেগুৰখঁৰা বাঘটো দেখি চুৰটোৱে কি মাতেৰে মাত লগালে ?

(ক) খলখলীয়া

(খ) গলগলীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গলগলীয়া

৬। কিমান কুৰিমান বাঘে পেঁপা-কঢ়াক বিচাৰি ফুৰিছে ?

(ক) একুৰি

(খ) তিনিকুৰি

(গ) দুকুৰি

উত্তৰঃ (গ) দুকুৰি

৭। বাঘৰ গলধনত ধঁৰোতে সি কিহে পালে বুলি ভাবিছিল ?

(ক) ঘাৰ-মোকোটোৱা

(খ) দীঘল-ঠেঙীয়াই

(গ) পেঁপা-কঢ়ায়

উত্তৰঃ (ক) ঘাৰ-মোকোটোৱা

৮। চুৰটোৱে বাঘটোৰ কিহত ধৰি পকাই দিলে ?

(ক) কাণত ধৰি

(খ) ভৰিত ধৰি

(গ) নেজত ধৰি

উত্তৰঃ (গ) নেজত ধৰি

৯। যোনটো গৰুৱে টিকাত হাত দিলে জপিয়াই উঠিব সেইটো গৰু ভাল হ’ব কথাষাৰ কোনে কৈছিল?

(ক) চুৰটোৱে

(খ) বুঢ়ীজনীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চুৰটোৱে

১০। ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে লৈ যাব নোৱাৰিম কথাষাৰ কোনে কৈছে ?

(ক) ৰামে কৈছে

(খ) চুৰটোৱে কৈছে

(গ) বুঢ়ীয়ে কৈছে

উত্তৰঃ (খ) চুৰটোৱে কৈছে

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop