Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 2 | ভিন ভিন প্ৰাণী | Environment Solution SCERT School

Chapter 2

ভিন ভিন প্ৰাণী

১। কোন বোৰ প্ৰানী তৃণভোজী প্ৰাণী 

(ক) গৰু, ছাগলি, ম’হ

(খ) কুকুৰ, মেকুৰী, বাঘ

(গ) এটাও নহয়

উত্তৰঃ (ক) গৰু, ছাগলি, ম’হ

২। মানুহ  কি প্ৰাণী

(ক) মাংসভোজী

(খ) তৃণভোজী

(গ) সৰ্বভোজী

উত্তৰঃ (গ) সৰ্বভোজী

৩। প্ৰাণীবোৰক কেইপ্ৰকাৰেৰে ভাগ কৰিব পাৰি ?

(ক) ৩ প্ৰকাৰেৰে

(খ) ৫ প্ৰকাৰেৰে

(গ) ২ প্ৰকাৰেৰে

(ঘ) এটাও নহয়

উত্তৰঃ (ক) ৩ প্ৰকাৰেৰে

৪। পাগুলি আহাৰ খোৱা প্ৰাণীবোৰৰ দাঁতবোৰ কেনেকোৱা ?

(ক) সৰু আৰু জোঙা

(খ) ডাঙৰ আৰু চেপেটা

(গ) এটাও নহয়

উত্তৰঃ (খ) ডাঙৰ আৰু চেপেটা

৫। চৰাই দাঁত আছেনে নাই ?  

(ক) আছে

(খ) নাই

(গ) এটাও নহয়

উত্তৰঃ (খ) নাই

৬। কোন বোৰ চৰাই ঠোঁট জোঙা আৰু টান ?

(ক) পাৰ, শালিকা, কপৌ

(খ) ভাটৌ, বগলী, মাছৰোকা

(গ) এটাও নহয়

উত্তৰঃ (ক) পাৰ, শালিকা, কপৌ

৭। কি চৰাই ঠোঁট ধেনুভিৰীয়া ?

(ক) মৌ-পিয়া চৰাই

(খ) ভাটৌ চৰাই

(গ) শলিকা চৰাই

(ঘ) এটাও নহয়

উত্তৰঃ (ক) মৌ-পিয়া চৰাই

৮। মৌ-পিয়া চৰাই প্ৰিয় খাদ্য় কি ?

(ক) মাছ

(খ) ফৰিং

(গ) মৌ

(ঘ) এটাও নহয়

উত্তৰঃ (গ) মৌ

৯। মাংস খোৱা চৰাই কোন বিধ ?

(ক) শগুণ

(খ) বগলি

(গ) ফেঁচা

উত্তৰঃ (ক) শগুণ

১০। হাঁহৰ প্ৰিয় খাদ্য় কি ?

(ক) কেঁচু

(খ) কুমটি

(গ) শামুক

উত্তৰঃ (গ) শামুক

১১। কোন বিধ মাছ গাঁতত সোমাই থাকে  ?

(ক) শিঙি মাছ

(খ) কাৱৈ

(গ) এটাও নহয়

উত্তৰঃ (ক) শিঙি মাছ

১২। বাঢ়ৈটোকা চৰায় ঠোঁত কেনেকোৱা ?

(ক) দীঘলিয়া

(খ) জোঙা

(গ) এটাও নহয়

উত্তৰঃ (খ) জোঙা

১৩। টোকোৰা চৰায়ে কেনে ধৰনৰ বাহ সাজে  ?

(ক) টেকেলি

(খ) লাউ

(গ) এটাও নহয়

উত্তৰঃ (ক) টেকেলি

১৪। বাহ সজাত পাৰ্গত হোৱা চৰাইক কি বোলে

(ক) শিপিনী

(খ) ৰ্দজী

(গ) এটাও নহয়

উত্তৰঃ (ক) শিপিনী

১৫। কি চৰায়ে পাত সী বাঁহ সাজে ?

(ক) শিপিনী চৰায়ে

(খ) পাতসীয়া চৰায়ে

(গ) এটাও নহয়

উত্তৰঃ (খ) পাতসীয়া চৰায়ে

১৬। বুলবুলি চৰায়ে ক’ত বাঁহ সাজে ?

(ক) তামোল গছত

(খ) জোপোহা গছত

(গ) এটাও নহয়

উত্তৰঃ (খ) জোপোহা গছত

১৭। কুলি চৰায়ে কাৰ বাহত  কণী পাৰে ?

(ক) কাউৰী

(খ) টুনী

(গ) এটাও নহয়

উত্তৰঃ (ক) কাউৰী

১৮। মৌ-প্ৰিয়া নামৰ চৰাইবিধৰ ঠোঁট কেনেকুৱা ? 

(ক) ঠেক/লাহী

(খ) জোঙা

(গ) এটাও নহয়

উত্তৰঃ (ক) ঠেক/লাহী

১৯। মাছ খোৱা চৰাই কোন বিধ ? 

(ক) ফেঁচা

(খ) বগলী

(গ) চিলনী

উত্তৰঃ (খ) বগলী

২০। মাংস খোৱা চৰাই কোন বিধ ? 

(ক) মাছৰোকা

(খ) কণামুচৰী

(গ) শগুণ

উত্তৰঃ (গ) শগুণ

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping