Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 4 | শাক- পাচলিৰ বাগিচা | Environment Solution SCERT School

Chapter 4

শাক- পাচলিৰ বাগিচা

১। আমাৰ প্ৰধান আহাৰ কি?

(ক) ৰুটি

(খ) ভাত

(গ) দাইল

উত্তৰঃ (খ) ভাত

২। চাউল কৰ পৰা পোৱা যায়?

(ক) ঘেহুৰ পৰা

(খ) ধানৰ পৰা

(গ) কুঁহিয়াৰ পৰা

উত্তৰঃ (খ) ধানৰ পৰা

৩। কুঁহিয়াৰৰ পৰা কি তৈয়াৰ কৰা হয়?

(ক) তেল

(খ) চেনি

(গ) মৈদা

উত্তৰঃ (খ) চেনি

৪। কিহেৰে অধিক মাটি কম সময়ৰ ভিতৰতে চহাব পাৰি?

(ক) কোৰ মাৰি

(খ) নাঙলেৰে

(গ) ট্ৰেক্টৰে

উত্তৰঃ (গ) ট্ৰেক্টৰে

৫। কীট-পতংগৰপৰা শস্য় ৰক্ষা পাবলৈ সাৰ প্ৰয়োগ কৰিব লাগে?

(ক) কীটনাশখ ঔষধ

(খ) পচন সাৰ

(গ) গৰু গোবৰ

উত্তৰঃ (ক) কীটনাশখ ঔষধ

৬। কি সাৰ ব্য়ৱহাৰ কৰি মাটি সাৰুৱা কৰি তোলা হয়?

(ক) ৰাসায়নিক সাৰ

(খ) জৈৱিক সাৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) জৈৱিক সাৰ

৭। ধান খেতিৰ বাবে ষথেষ্ট পৰিমানে কিহৰ প্ৰয়োজন হয়?

(ক) সাৰৰ

(খ) মাটি

(গ) পানী

উত্তৰঃ (গ) পানী

৮। উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটি গুণাগুণৰ উপৰি সূৰ্যৰ তাপ, পোহৰৰ লগতে আৰু কিহৰ প্ৰয়োজন হয়?

(ক) সাৰৰ

(খ) পানীৰ

(গ) মৰম, আদৰৰ

উত্তৰঃ (খ) পানীৰ

৯। কি মাটি খেতিৰ বাবে উপযোগী

(ক) বালিচহীয়া মাটি

(খ) বোকা মাটি

(গ) পলসুৱা মাটি

উত্তৰঃ (গ) পলসুৱা মাটি

১০। আজি-কালি খেতি কৰিবলৈ কি পদ্ধতি প্ৰয়োগ কৰা হয়?

(ক) বৈজ্ঞানিক পদ্ধতি

(খ) পুৰণি পদ্ধতি

(গ) এটাও পদ্ধটি প্ৰয়োগ নকৰে

উত্তৰঃ (ক) বৈজ্ঞানিক পদ্ধতি

১১। তলৰ কোনবিধ জৈৱিক সাৰ?

(ক) প্ৰাণীৰ মলমূত্ৰ

(খ) ৰাসায়নিক সাৰ

(গ) পচন সাৰ

উত্তৰঃ (ক) প্ৰাণীৰ মলমূত্ৰ

১২। তলৰ কোনবিধ ঔষধি উদ্ভিদ

(ক) গোলাপ

(খ) নিমপাত

(গ) জালুক

উত্তৰঃ (খ) নিমপাত

১৩। বীজ সংৰক্ষণ কৰা পাত্ৰটো কি?

(ক) ডুলি

(খ) টোম

(গ) ভঁৰাল

উত্তৰঃ (খ) টোম

১৪। শীতল ভঁৰাতল শাক-পাচলি, ফল-মূল আদি থলে কি নহয়?

(ক) সোনকালে নষ্ট নহয়

(খ) সোনকালে নষ্ট হয়

(গ) একো নহয়

উত্তৰঃ (ক) সোনকালে নষ্ট নহয়

১৫। তলৰ কোন বিধ পাচলি কেচাইও খাব পাৰে আৰু ভাজিও খাব পাৰে?

(ক) গাজৰ

(খ) ৰঙালাও

(গ) পানীলাও

উত্তৰঃ (ক) গাজৰ

১৬। আমি তলৰ কোন বিধ শাক-পাচলি কেঁচায়ো খাওঁ আৰু ৰান্ধিও খাওঁ ?  

(ক) বেঙেনা

(খ) তিয়ঁহ

(গ) আলু

উত্তৰঃ (খ) তিয়ঁহ

১৭। মচলাজাতীয় শস্য় কোন বিধ ? 

(ক) তিল

(খ) জালুক

(গ) তিচি

উত্তৰঃ (খ) জালুক

১৮। মাহজাতীয় শস্য় তলৰ কোন বিধ ? 

(ক) মগুমাহ

(খ) সৰিয়হ

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) মগুমাহ

১৯। ঔষধি গুণযুক্ত উদ্ভিদ কোন বিধ ? 

(ক) মানিমুনি

(খ) নাহৰ ফুল

(গ) এটাও নহয়

উত্তৰঃ (ক) মানিমুনি

২০। অসমৰ প্ৰধান শস্য় ? 

(ক) ঘেঁহু

(খ) তিল

(গ) ধান

উত্তৰঃ (গ) ধান

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping