Class 4 General Science Chapter 12 MCQ’s Sankardev School | আমাৰ পৰিৱেশৰ বৈচিত্ৰময় প্ৰাণীবোৰ | Class 4 General Science Chapter 12 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-12

আমাৰ পৰিৱেশৰ বৈচিত্ৰময় প্ৰাণীবোৰ

(১) উঁই হ’ল এবিধ বলয়ী প্ৰাণী?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

(২) পলুৱে কি খায়?

(ক) ঘাঁহ

(খ) গছৰ পাত

(গ) এটাও নহয়

উত্তৰঃ(খ) গছৰ পাত।

(৩) এক একৰ মাটিত প্ৰায় কিমান হাজাৰ কেঁচু বাস কৰিব পাৰে?

(ক) ৫০ হাজাৰ

(খ) ৫২ হাজাৰ

(গ) ৫৩ হাজাৰ

উত্তৰঃ (গ) ৫৩ হাজাৰ।

(৪) ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত কাক সুদক্ষ কাৰিকৰ বুলি কোৱা হয়?

(ক) পৰুৱাক

(খ) উঁই পোকক

(গ) কেঁচুক

উত্তৰঃ (খ) উঁই পোকক।

(৫) উঁইৱে কিমান মিটাৰ ওখ উঁই হাফলু সাজিব পাৰে?

(ক) ১০ মিটাৰ

(খ) ১২ মিটাৰ

(গ) ১৩ মিটাৰ

উত্তৰঃ (গ) ১৩ মিটাৰ।

(৬) ধুনীয়া জোনাকী পৰুৱাৰ পলুবিলাক কি প্ৰাণী?

(ক) তৃণভোজী প্ৰাণী

(খ) মাংসভোজী প্ৰাণী

(গ) এটাও নহয়

উত্তৰঃ (খ) মাংসভোজী প্ৰাণী।

(৭) নিৰ্জু প্ৰকৃতিৰ ফুটুকী গুবৰুৱাবিলাক কি প্ৰাণী?

(ক) তৃণভোজী প্ৰাণী

(খ) মাংসভোজী প্ৰাণী

(গ) এটাও নহয়

উত্তৰঃ (খ) মাংসভোজী প্ৰাণী।

(৮) মোৱা পোকৰ লগত কাৰ সম্পৰ্ক বৰ মধুৰ?

(ক) কেঁচুৰ

(খ) পৰুৱাৰ

(গ) উঁই পোকৰ

উত্তৰঃ (খ) পৰুৱাৰ।

(৯) কেঁচু শৰীৰটো সৰু সৰু আঙঠিৰে গঠিত?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(১০) উঁই পোকে মাটিৰ বাৰ মিটাৰ পৰ্যন্ত ওখ হাফলু সাজে?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop