Class 4 General Science Chapter 13 MCQ’s Sankardev School | সৰল যন্ত্ৰ | Class 4 General Science Chapter 13 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-13

 সৰল যন্ত্ৰ

(১) সৰল যন্ত্ৰবোৰ হ’ল?

(ক) মটৰ ইঞ্জিন, চাইকেল

(খ) ঢেঁকী, বেলচা

(গ) এটাও নহয়

উত্তৰঃ (খ) ঢেঁকী, বেলচা।

(২) হেলনীয়া তলৰ সহায়ত কম বল প্ৰয়োগ কৰি ডাঙৰ কাম কৰিব পাৰি?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

(৩) সৰল যন্ত্ৰ মূলত কেইবিধ?

(ক) দুবিধ

(খ) তিনিবিধ

(গ) চাৰিবিধ

উত্তৰঃ (খ) তিনিবিধ।

(৪) গধুৰ বস্তু উঠাবলৈ লিভাৰ ব্যৱহাৰ কৰা হয়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

(৫) অংগ-প্ৰত্যংগৰে বলে নোৱাৰা কামবোৰৰ বাবে কিছুমান আহিলাৰ সহায় লওঁ এনে আহিলাক কি বোলে?

(ক) সৰল যন্ত্ৰ

(খ) যন্ত্ৰ

(গ) হেলনীয়া তল

উত্তৰঃ (খ) যন্ত্ৰ।

(৬) চকাই ঘৰ্ষণজনিত বাধা নোহোৱা কৰাত সহায় কৰে?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৭) জটিল যন্ত্ৰবোৰ হ’ল?

(ক) মটৰ ইঞ্জিন, চাইকেল

(খ) ঢেঁকী, বেলচা

(গ) এটাও নহয়

উত্তৰঃ (ক) মটৰ ইঞ্জিন, চাইকেল।

(৮) কি ব্যৱহাৰ কৰি চাপৰ ঠাইৰ পৰা ওখ ঠাইলৈ কম বল প্ৰয়োগ কৰি গধুৰ বস্তু চোঁচৰাই নিব পাৰি?

(ক) লিভাৰ

(খ) হেলনীয়া তল

(গ) চকা

উত্তৰঃ (খ) হেলনীয়া তল।

(৯) সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহে কি ব্যৱহাৰ কৰিবলৈ শিকিছে?                        

(ক) বহুতো সৰল যন্ত্ৰ

(খ) বহুতো জটিল যন্ত্ৰ

(গ) বহুতো সৰল যন্ত্ৰ আৰু জটিল যন্ত্ৰ

উত্তৰঃ (গ) বহুতো সৰল যন্ত্ৰ আৰু জটিল যন্ত্ৰ।

(১০) কিহৰ সহায়ত আমি কিছুমান কাম সহজে কৰিব পাৰোঁ?

(ক) লিভাৰ সহায়ত

(খ) সৰল যন্ত্ৰৰ সহায়ত

(গ) হেলনীয়া তলৰ সহায়ত

উত্তৰঃ (খ) সৰল যন্ত্ৰৰ সহায়ত।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop