🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 General Science Chapter 14 MCQ’s Sankardev School | বিদ্যুৎ আৰু চুম্বক | Class 4 General Science Chapter 14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-14

বিদ্যুৎ আৰু চুম্বক

(১) আমাৰ ৰাজ্যত বিদ্যুৎৰ উৎপাদল প্ৰয়োজনতকৈ কি?

(ক) বহু বেছি

(খ) বহু কম

(গ) এটাও নহয়

উত্তৰঃ (খ) বহু কম।

(২) স্থিৰ অৱস্থাত চুম্বক কোন মুৱাকৈ থাকে?

(ক) পূব-পশ্চিম মুৱাকৈ

(খ) উত্তৰ-দক্ষিণ মুৱাকৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) উত্তৰ-দক্ষিণ মুৱাকৈ।

(৩) চুম্বকীয় পদাৰ্থবোৰ হ’ল?

(ক) কাঠ, কাপোৰ আৰু প্লাষ্টিকৰ বস্তু

(খ) লো, গজাল,আৰু পিন

(গ) এটাও নহয়

উত্তৰঃ (খ) লো, গজাল,আৰু পিন।

(৪) চুম্বকে কি কি মেৰুৰ মাজত আকৰ্ষণ কৰে?

(ক) একে জাতীয় মেৰু মাজত

(খ) বিপৰীত জাতীয় মেৰুৰ মাজত

(গ) এটাও নহয়

উত্তৰঃ (খ) বিপৰীত জাতীয় মেৰুৰ মাজত।

(৫) চুম্বকে কি কি মেৰুৰ মাজত বিকৰ্ষণ কৰে?

(ক) একে জাতীয় মেৰু মাজত

(খ) বিপৰীত জাতীয় মেৰুৰ মাজত

(গ) এটাও নহয়

উত্তৰঃ (ক) একে জাতীয় মেৰু মাজত।

(৬) যি বিলাক পদাৰ্থ চুম্বকে আকৰ্ষণ নকৰে তেনে পদাৰ্থক কি  বোলে?

(ক) চুম্বকীয় পদাৰ্থ

(খ) অচুম্বকীয় পদাৰ্থ

(গ) এটাও নহয়

উত্তৰঃ (খ) অচুম্বকীয় পদাৰ্থ।

(৭) চুম্বক এডালৰ মূৰ দুটাৰ আকৰ্ষণ ক্ষমতা কি?

(ক) কম

(খ) বেছি

(গ) এটাও নহয়

উত্তৰঃ (খ) বেছি।

(৮) চল বিদ্যুতৰ আধানবিলাক গতিশীল?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৯) কৰ উমক্ৰ নামৰ ঠাইত বিদ্যুৎ শক্তিৰ উৎপাদন কেন্দ্ৰ আছে?

(ক) কাৰ্বি আংলংৰ

(খ) ডিমা হাছাওৰ

(গ) মেঘালয়

উত্তৰঃ (গ) মেঘালয়।

(১০) কি জিলাৰ উমৰাংচু নামৰ ঠাইত বিদ্যুৎ শক্তিৰ উৎপাদন কেন্দ্ৰ আছে?

(ক) কাৰ্বি আংলং

(খ) ডিমা হাছাও

(গ) মেঘালয়

উত্তৰঃ (ক) কাৰ্বি আংলং।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop