🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 General Science Chapter 7 MCQ’s Sankardev School | বীজৰ কথা | Class 4 General Science Chapter 7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 7

বীজৰ কথা

১। কিহে বীজৰ বিস্তাৰণ ঘটায়?

(ক) বতাহে

(খ) বৰষুণে

(গ) ৰদে

উত্তৰ- (ক) বতাহে ।

২। বীজৰ পৰা নতুন উদ্ভিদ হ’বলৈ কিহৰ প্ৰয়োজন?

(ক) বায়ু আৰু পানীৰ

(খ) পানী আৰু তাপৰ

(গ) বায়ু, পানী আৰু তাপৰ

উত্তৰ- (গ) বায়ু, পানী আৰু তাপৰ ।

৩। অধিক কি পালে বীজ নষ্ট হয়?

(ক) বায়ু আৰু পানী

(খ) বায়ু আৰু তাপ

(গ) পানী আৰু তাপ

উত্তৰ- (গ) পানী আৰু তাপ ।

৪। পানীত খুব কম পৰিমাণে কি পমি থাকে?

(ক) নাইট্ৰ’জেন

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰ- (খ) অক্সিজেন ।

৫। কেনেকুৱা পৰিৱেশত বীজ নগজে?

(ক) অতি মাত্ৰা ঠাণ্ডা পৰিৱেশত

(খ) অতি মাত্ৰা গৰম পৰিৱেশত

(গ) এটাও নহয়

উত্তৰ- (ক) অতি মাত্ৰা ঠাণ্ডা পৰিৱেশত ।

৬। বহুতো বীজ থকা শাক-পাচলিবোৰ হ’ল?

(ক) বিলাহী, সৰিয়হ

(খ) আম, আঙুৰ

(গ) এটাও নহয়

উত্তৰ- (ক) বিলাহী, সৰিয়হ ।

৭। পানীত ডুব গৈ থকা গুটি এটাৰ কিয় অলপহে গজালি ওলাব?

(ক) কাৰণ গুটিটোৱে সঠিক পৰিমাণে তাপ পোৱা নাই

(খ) কাৰণ গুটিটোৱে সঠিক পৰিমাণে বায়ু পোৱা নাই

(গ) এয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) কাৰণ গুটিটোৱে সঠিক পৰিমাণে বায়ু পোৱা নাই ।

৮। কিহে বীজ ধ্বংস কৰে?

(ক) পৰুৱা আৰু চৰায়ে

(খ) এন্দুৰ আৰু চৰায়ে

(গ) পৰুৱা আৰু এন্দুৰে

উত্তৰ- (খ) এন্দুৰ আৰু চৰায়ে ।

৯। মিঠা ফলৰ নামবোৰ হ’ল?

(ক) জলফাই, অমৰা

(খ) কল, আপেল

(গ) এটাও নহয়

উত্তৰ- (খ) কল, আপেল ।

১০। কিহে বীজৰ বিস্তাৰণ কৰে?

(ক) চৰাই-চিৰিকটিয়ে

(খ) পোক-পতংগই

(গ) এটাও নহয়

উত্তৰ- (ক) চৰাই-চিৰিকটিয়ে ।

Type by- Bikul Mandal

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop