Class 5 Assamese Book Chapter 2 | পখী আৰু মানুহ | MCQs Short Question Answer SCERT School |

Chapter 2

পখী আৰু মানুহ

১। সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?

(ক)চিকাৰপ্ৰিয়

(খ)পক্ষীপ্ৰিয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)চিকাৰপ্ৰিয়

২। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?

(ক)ছাগলীৰ মঙহ

(খ)মাছ

(গ)চৰাইৰ মঙহ

উত্তৰঃ (গ)চৰাইৰ মঙহ

৩। সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে?

(ক)গৰুক

(খ)সাপক

(গ)চৰাই-চিৰিকটিক

উত্তৰঃ (গ)চৰাই-চিৰিকটিক

৪। মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?

(ক)শান্তিপ্ৰয়া

(খ)মাধৱী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)মাধৱী

৫। মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল?

(ক)চৰাই চিকাৰ নকৰিবলৈ

(খ)চৰাই চিকাৰ কৰিবলৈ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)চৰাই চিকাৰ নকৰিবলৈ

৬। কীট-পতংগবোৰে খেতি-বাতি কি কৰে?

(ক)ৰক্ষা

(খ)নষ্ট

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)নষ্ট

৭। অব্জ বুলি কি ফুলক কোৱা হয়?

(ক)গোলাপ ফুলক

(খ)তগৰ ফুলক

(গ).পদুম ফুলক

উত্তৰঃ (গ).পদুম ফুলক

৮। চৰাইবোৰ খেতিয়কৰ কি?

(ক)পৰম বন্ধু

(খ)পৰম শত্ৰু

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পৰম বন্ধু

৯। ৰজা শব্দৰ বিপৰীত লিংগ কি?

(ক)প্ৰজা

(খ)মন্ত্ৰী

(গ)ৰাণী

উত্তৰঃ (গ)ৰাণী

১০। সৰ্বধনু ৰজাই কি নহ’লে ভাতকে নাখাইছিল?

(ক)চৰাইৰ মঙহ

(খ)বৰালী মাছ

(গ)কণী

উত্তৰঃ (ক)চৰাইৰ মঙহ

১১। ন+ৱ= কি?

(ক)ব্ব

(খ)ন্ব

(গ)ৱ্ন

উত্তৰঃ (খ)ন্ব

১২। গ+ৱ= কি?

(ক)ল্গ

(খ)গ্ৱ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)গ্ৱ

১৩। ব+জ= কি?

(ক)জ্ব

(খ)ব্জ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ব্জ

১৪। যুৱক শব্দৰ বিপৰীত লিংগ কি?

(ক)ল’ৰা

(খ)যুৱতী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)যুৱতী

১৫। বন্ধু শব্দৰ বিপৰীত লিংগ কি?

(ক)শত্ৰু

(খ)বান্ধৱী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)বান্ধৱী

১৬। সৰ্বধনু ৰজাই কিহেৰে চৰাই-চিৰিকটি বধ কৰিছিল?

(ক)জাঠিৰে

(খ)ধনু-কাড়েৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ধনু-কাড়েৰে

১৭। তেওঁ কেতিয়া চিকাৰ কৰিবলৈ গৈছিল?

(ক)দেওঁবাৰে

(খ)সদায়

(গ)বুধবাৰে

উত্তৰঃ (খ)সদায়

১৮। প্ৰিয় শব্দৰ বিপৰীত অৰ্থ কি?

(ক)বেয়া

(খ)অপ্ৰিয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)অপ্ৰিয়

১৯। পুৰস্কাৰ শব্দৰ বিপৰীত অৰ্থ কি?

(ক)অপুৰস্কাৰ

(খ)তিৰস্কাৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)তিৰস্কাৰ

২০। বন্ধু শব্দৰ বিপৰীত অৰ্থ কি?

(ক)শত্ৰু

(খ)বান্ধৱী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)শত্ৰু

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping