Class 5 Environment Chapter 2 | পৰিস্থিতি তন্ত্ৰ | MCQs Short Question Answer SCERT School |

Chapter 2

পৰিস্থিতি তন্ত্ৰ

1.  কি শ্ৰেণীৰ উপভোক্তাবোৰ পৰিস্থিতি তন্ত্ৰৰ সকলো উপভোক্তাতকৈ উচ্চ পৰ্যায়ৰ ?

(ক)প্ৰাথমিক উপভোক্তাবোৰ

(খ)দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰ

(গ)তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ

উত্তৰঃ(গ)তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ

2. পৰিস্থিতি তন্ত্ৰ কেনেদৰে গঠন হয় ?

(ক)জৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই

(খ)অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই

(গ)জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই

উত্তৰঃ(গ)জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই

3. সিংহ কি শ্ৰেণীৰ উপভোক্তা ?

(ক)প্ৰাথমিক উপভোক্তা।

(খ)তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(গ)গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

উত্তৰঃ(গ)গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

4. বেক্টেৰিয়া আৰু ভেঁকুৰক কিয় বিয়োজক বুলি কোৱা হয় ?

(ক) অজৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে

(খ) জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ(খ) জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে

5. সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ কোনবিধ গেছৰ প্ৰয়োজন ?

(ক)অক্সিজেন

(খ)নাইট্ৰ’জেন

(গ)কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ(গ)কাৰ্বন-ডাই-অক্সাইড

6. খাদ্য়শৃংখলৰ আৰম্ভণিতে সদায় কি থাকে ?

(ক)প্ৰাণী

(খ)অণুজীৱ

(গ)উদ্ভিদ

উত্তৰঃ(গ)উদ্ভিদ

7. এটাতকৈ অধিক খাদ্য়শৃংখল মিলি কি সৃষ্টি হয় ?

(ক)খাদ্য়জাল

(খ)সালোক সংশ্লেষণ

(গ)বিয়োজক

উত্তৰঃ(ক)খাদ্য়জাল

8. উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয় ?

(ক) উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে কাৰণে।

(খ) উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে কাৰণে।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ(খ) উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে কাৰণে।

 9. সেউজীয়া উদ্ভিদৰ পৰা খাদ্য় আহৰণ কৰা প্ৰাণীবোৰ কি শ্ৰেণীৰ উপভোক্তা ?

(ক)গৌণ উপভোক্তা

(খ)প্ৰাথমিক উপভোক্তা

(গ)তৃতীয় শ্ৰেণীৰ উপভোক্তা

উত্তৰঃ(খ)প্ৰাথমিক উপভোক্তা

10. পৰিস্থিতি তন্ত্ৰত প্ৰাণীবোৰে ইটোৱে আনটোৰ ওপৰত কিয় নিৰ্ভৰ কৰে ?

(ক) বাসস্থানৰ বাবে।

(খ) খাদ্য়ৰ বাবে।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ(খ) খাদ্য়ৰ বাবে।

11. নিগনিক কোনে খায় ?

(ক)শহাপহুয়ে।

(খ)ফৰিংয়ে।

(গ)সাপ আৰু শেন চৰায়ে।

উত্তৰঃ(গ)সাপ আৰু শেন চৰায়ে।

12. উপভোক্তা কেইপ্ৰকাৰৰ ?

(ক)তিনি প্ৰকাৰৰ।

(খ)পাঁচ প্ৰকাৰৰ।

(গ)চাৰি প্ৰকাৰৰ।

উত্তৰঃ(ক)তিনি প্ৰকাৰৰ।

13. বিয়োজকে আমাক কেনেদৰে সহায় কৰে ?

(ক) মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।

(খ) মৃতগেহ গেলি পচি নোযোৱাত সহায় কৰে।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ(ক) মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।

14. খাদ্য়জালে পৰিৱেশৰ কি কৰাত সহায় কৰে ? 

(ক) ভাৰসাম্য়তা ৰক্ষা নকৰাত সহায় কৰে।

(খ) ভাৰসাম্য়তা ৰক্ষা কৰাত সহায় কৰে।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ(খ) ভাৰসাম্য়তা ৰক্ষা কৰাত সহায় কৰে।

15. তলৰ কোনটো সৰ্বভোেজী প্ৰাণী ?

(ক)উদ্ভিদ।

(খ)প্ৰাণী।

(গ)মানুহ।

উত্তৰঃ(গ)মানুহ।

16. উদ্ভিদে আহাৰ প্ৰস্তুত কৰোঁতে পৰিৱেশৰ অজৈৱিক উপাদান কি কি ব্য়ৱহাৰ কৰে ?

(ক) মাটি আৰু পানী।

(খ) বায়ু, পানী আৰু সৌৰশক্তি।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ(খ) বায়ু, পানী আৰু সৌৰশক্তি।

17. তলৰ কোনবিলাক পৰিস্থিতি তন্ত্ৰ ?

(ক) বাসস্থান, হ্ৰদ আদি।

(খ) ঘাঁহনি, পুখুৰী, অৰণ্য় আদি।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ(খ) ঘাঁহনি, পুখুৰী, অৰণ্য় আদি।

18. উদ্ভিদৰ পিছত সদায় তৃণভোজী প্ৰাণী কিয় থাকে ?                                                                    

(ক) উদ্ভিদক তৃণভোজী প্ৰাণীয়ে নাখায় বাবে।

(খ) উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় বাবে।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ(খ) উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় বাবে।

19.  শামুক কি শ্ৰেণীৰ উপভোক্তা ?

(ক)তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(খ)প্ৰথম শ্ৰেণীৰ উপভোক্তা।

(গ)দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

উত্তৰঃ(খ)প্ৰথম শ্ৰেণীৰ উপভোক্তা।

20. শেন কি শ্ৰেণীৰ উপভোক্তা ?

(ক)তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(খ)প্ৰথম শ্ৰেণীৰ উপভোক্তা।

(গ)দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

উত্তৰঃ(ক)তৃতীয় শ্ৰেণীৰ উপভোক্তা।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping