Class 5 Social Science Chapter 16 MCQ’s Sankardev School | পৃথিৱীৰ কথা | Class 5 Social Science Chapter 16 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-16

পৃথিৱীৰ কথা

১। বিজ্ঞানীসকলে জিঅ’ইড শব্দটো কি কৰে?

(ক) ব্য়ৱহাৰ কৰে

(খ) নিৰ্ণয় কৰে

(গ) নিৰ্ভৰ কৰে

উত্তৰঃ (ক) ব্য়ৱহাৰ কৰে।

২। মুঠ দ্ৰাঘিমা ৰেখাৰ সংখ্য়া কিমান ডাল?

(ক) ১৬০ ডাল

(খ) ২৬০ ডাল

(গ) ৩৬০ ডাল

উত্তৰঃ (গ) ৩৬০ ডাল।

৩। সকলোবোৰ দ্ৰাঘিমা ৰেখাই কি লগ লাগে?

(ক) মকৰক্ৰান্তি

(খ) মেৰুবিন্দু

(গ) কুমেৰু

উত্তৰঃ (খ) মেৰুবিন্দু।

৪। বাৰ্ষিক গতিৰ ফলত ঋতু কি ঘটে?

(ক) সম্পৰ্ক ঘটে

(খ) সৃষ্টি ঘটে

(গ) পৰিৱৰ্তন ঘটে

উত্তৰঃ (গ) পৰিৱৰ্তন ঘটে।

৫। মকৰক্ৰান্তিৰ বাহিৰত সূৰ্যৰ পোনপটীয়া কি নপৰে?

(ক) ছাঁ নপৰে

(খ) পোহৰ নপৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পোহৰ নপৰে।

৬। প্ৰাকৃতিক পৰিঘটনাবোৰ ঘটাৰো কি আছে?

(ক) চেষ্টা আছে

(খ) কাৰণ আছে

(গ) ধাৰণা আছে

উত্তৰঃ (খ) কাৰণ আছে।

৭। অক্ষ ৰেখা মুঠ সংখ্য়া কিমান ডাল?

(ক) ১৬৫ ডাল

(খ) ১৭৯ ডাল

(গ) ১৮১ ডাল

উত্তৰঃ (গ) ১৮১ ডাল।

৮। পৃথিৱীৰ আকাৰ আৰু আয়তনৰ বিষয়ে বুজাত কি কৰে?

(ক) চেষ্টা কৰে

(খ) সহায় কৰে

(গ) ধাৰণা কৰে

উত্তৰঃ (খ) সহায় কৰে।

৯। পৃথিৱীৰ কোনো এটা অংশতহে এই পৰিঘটনা কি হয়?

(ক) নিৰ্ণয় কৰা হয়

(খ) অৰ্পণ কৰা হয়

(গ) পৰিলক্ষিত কৰা হয়

উত্তৰঃ (গ) পৰিলক্ষিত কৰা হয়।

১০। একে সময়তে পৃথিৱীৰ সকলো ঠাইতে পৰিঘটনাটো কি?

(ক) পৰিঘটনাটো ঘটে

(খ) পৰিঘটনাটো নঘটে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰিঘটনাটো নঘটে।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop