Class 5 Social Science Chapter 17 MCQ’s Sankardev School | পৃথিৱীৰ জলভাগ আৰু স্থলভাগ | Class 5 Social Science Chapter 17 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-17

পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

১। স্থলভাগৰ তুলনাত জলভাগৰ পৰিসৰ কি হতকৈও বেছি?

(ক) এগুণতকৈও বেছি

(খ) দুগুণতকৈও

(গ) তিনিগুণতকৈও

উত্তৰঃ (খ) দুগুণতকৈও।

২। জলভাগ বিভক্ত কৰা হৈছে কেখন মহাসাগৰত?

(ক) এখনত

(খ) তিনিখনত

(গ) পাঁচখনত

উত্তৰঃ (গ) পাঁচখনত।

৩। সাগৰ বা মহাসাগৰৰ তলিখনো কি?

(ক) চাপ

(খ) ওখৰ

(গ) ওখোৰা-মোখোৰা

উত্তৰঃ (গ) ওখোৰা-মোখোৰা।

৪। পশ্চিম দিশত এছিয়া আৰু কি মহাদেশ আছে?

(ক) ওছেনিয়া

(খ) উত্তৰ আমেৰিকা

(গ) দক্ষিণ আমেৰিকা

উত্তৰঃ (ক) ওছেনিয়া।

৫। ব্ৰিটিছ দ্বীপপুঞ্জ, ৱেষ্টইণ্ডিজ দ্বীপ কত আছে?

(ক) সাগৰত

(খ) মহাসাগৰত

(গ) মহাদেশত

উত্তৰঃ (খ) মহাসাগৰত।

৬। তামিলনাডুৰ ৰাজধানী চেন্নাই এটা কি বন্দৰ?

(ক) সৰু বন্দৰ

(খ) বৃহৎ বন্দৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বৃহৎ বন্দৰ।

৭। সাগৰ আৰু মহাসাগৰৰ বুকুৱেদি নাও আৰু কি চলে?

(ক) এৰোপ্লেন

(খ) উৰাজাহজ

(গ) পানী জাহাজ

উত্তৰঃ (গ) পানী জাহাজ।

৮। দক্ষিণ আমেৰিকাত বিশ্ৱৰ কিমান শতাংশ লোকে বাস কৰে?

(ক) ৫.৭%

(খ) ১.৬%

(গ) ২০.৩%

উত্তৰঃ (ক) ৫.৭%।

৯। ওছেনিয়া মহাদেশৰ জনসংখ্য়া বৰ কি?

(ক) কম

(খ) বেছি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কম।

১০। বিশ্বৰ ২০ শতাংশ মানুহ কত বাস কৰে?

(ক) এছিয়াত

(খ) ইউৰোপত

(গ) ইউৰেছিয়া

উত্তৰঃ (খ) ইউৰোপত।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop