Class 5 Social Science Chapter 18 MCQ’s Sankardev School | পৃথিৱীৰ পৰিৱেশ | Class 5 Social Science Chapter 18 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-18

পৃথিৱীৰ পৰিৱেশ

১। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় কিমান ভাগৰ দুই অংশহে মাটি?

(ক) তিনি ভাগৰ

(খ) পাঁচ ভাগৰ

(গ) সাত ভাগৰ

উত্তৰঃ (গ) সাত ভাগৰ।

২। প্ৰাকৃতিক পৰিৱেশ ঘাইকৈ কি কৰে ভৌগোলিক অৱস্থানৰ ওপৰত?

(ক) অৰ্পন কৰে

(খ) নিৰ্ভৰ কৰে

(গ) নিৰ্ণয় কৰে

উত্তৰঃ (খ) নিৰ্ভৰ কৰে।

৩। সকলো ধৰণৰ জীৱ আৰু অণুজীৱক একেলগে ধৰি পৃথিৱীৰ অংশটোক কি মণ্ডল বোলে?

(ক) জীৱমণ্ডল বোলে

(খ) বায়ুমণ্ডল বোলে

(গ) স্থলমণ্ডল বোলে

উত্তৰঃ (ক) জীৱমণ্ডল বোলে।

৪। শেলুৱৈ আৰু ঘাঁহজাতীয় সৰু কি দেখিবলৈ পোৱা যায়?

(ক) জীৱ-জন্তু

(খ) উদ্ভিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) উদ্ভিদ।

৫। মানুহৰ অস্তিত্বৰ বাবেও অৰণ্য় কি কৰাটো বিপদজ্জনক?

(ক) পুলি ৰোপণ কৰাটো

(খ) ধ্বংস কৰাটো

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ধ্বংস কৰাটো।

৬। প্ৰাকৃতিক পৰিৱেশ সকলোৱে কি পায়?

(ক) ভাল পায়

(খ) বেয়া পায়

(গ) দেখা পায়

উত্তৰঃ (ক) ভাল পায়।

৭। মাছ-পুঠিবোৰ নাইকিয়া হ’লে কিবোৰ নোহোৱা হ’ব।

(ক) কীট-পতংগবোৰ

(খ) চৰাইবোৰ

(গ) উদ্ভিদবোৰ

উত্তৰঃ (খ) চৰাইবোৰ।

৮। মৰুভূমিৰ মাজৰ কিছুমান ঠাইত পানী আৰু কি পোৱা যায়?

(ক) গছ-গছনি

(খ) উদ্ভিদ

(গ) চৰাই-চিৰকটি

উত্তৰঃ (ক) গছ-গছনি।

৯। মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰাকৃতিক উপাদানবোৰ কি কৰে?

(ক) অৰ্পণ কৰে

(খ) নিৰ্ণয় কৰে

(গ) ব্য়ৱহাৰ কৰে

উত্তৰঃ (গ) ব্য়ৱহাৰ কৰে।

১০। মানুহৰ থকা-খোৱা, পিন্ধা-উৰাৰ অভ্য়াসবোৰো কি হৈছে?

(ক) সলনি হৈছি

(খ) নিৰ্ভৰ হৈছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সলনি হৈছি।

Type By- Subhas Nath

0
    0
    Your Cart
    Your cart is emptyReturn to Shop