Class 5 Social Science Chapter 6 MCQ’s Sankardev School | গৌতম বুদ্ধ আৰু মহাবীৰ | Class 5 Social Science Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-7

গৌতম বুদ্ধ আৰু মহাবীৰ

১। প্ৰসেনজিতৰ অধীনতে শাক্য় নামৰ এটা ক্ষুদ্ৰ কি আছিল?

(ক) গৃহপতি আছিল

(খ) জনপদ আছিল

(গ) ফৈদ আছিল

উত্তৰঃ (গ) ফৈদ আছিল।

২। যাগ-যজ্ঞবোৰ বাহুল্য় হ’ল, ধৰ্মৰ নামত কি হ’বলৈ ধৰিলে?

(ক) ঈশ্বৰ প্ৰতি বিশ্বাস হ’বলৈ ধৰিলে

(খ) যুদ্ধ-বিগ্ৰহ হ’বলা ধৰিলে

(গ) ব্য়ভিচাৰ হ’বলৈ ধৰিলে

উত্তৰঃ (গ) ব্য়ভিচাৰ হ’বলৈ ধৰিলে।

৩। বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মক কি ধৰ্ম বোলা হয়?                      

(ক) গৃহপতি ধৰ্ম

(খ) ৰাজন্য় ধৰ্ম

(গ) বৌদ্ধ ধৰ্ম

উত্তৰঃ (গ) বৌদ্ধ ধৰ্ম।

৪। পৰম্পৰা অনুসৰি জৈনসকলৰ ধৰ্মগুৰু কিমানজন?

(ক) ১৪ জন

(খ) ২১ জন

(গ) ২৪ জন

উত্তৰঃ (গ) ২৪ জন।

৫। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাটো ভাৰতীয় ইতিহাসৰ এটা কি কাল?

(ক) গৃহ কাল

(খ) গৌৰৱপূৰ্ণ কাল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গৌৰৱপূৰ্ণ কাল।

৬। গৌতম বুদ্ধ আৰু মহাবীৰে কত জন্মগ্ৰহণ কৰিছিল?

(ক) আমোৰিকাত

(খ) লণ্ডণত

(গ) ভাৰতত

উত্তৰঃ (গ) ভাৰতত।

৭। বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই সমাজত ব্য়াপকভাৱে কি প্ৰভাৱ পেলাইছিল?

(ক) গৃহ প্ৰভাৱ

(গ) শুভ প্ৰভাৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) শুভ প্ৰভাৱ।

৮। কিমান বৰ্ষত বুদ্ধদেৱৰ জন্ম হৈছিল?

(ক) ৫৩৬ বৰ্ষত

(খ) ৫৫৭ বৰ্ষত

(গ) ৫৬৬ বৰ্ষত

উত্তৰঃ (গ) ৫৬৬ বৰ্ষত।

৯। ধৰ্মই সমাজত কি প্ৰতিষ্ঠাৰ পথ দেখুৱায়?

(ক) শিক্ষা

(খ) শান্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শান্তি।

১০। মহাজনপদসমূহৰ দিনত ৰজাসকলৰ মাজত সঘনাই কি হৈ আছিল?

(ক) যাগ-যজ্ঞ

(খ) যুদ্ধ-বিগ্ৰহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) যুদ্ধ-বিগ্ৰহ।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop