Class 5 Social Science Chapter 6 MCQ’s Sankardev School | আৰ্যসকলৰ শাসন ব্য়ৱস্থা ঃ জন, জনপদ আৰু মহাজনপদ | Class 5 Social Science Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-6

আৰ্যসকলৰ শাসন ব্য়ৱস্থা ঃ জন, জনপদ আৰু মহাজনপদ

১। শাসন ব্য়ৱস্থা মোটামুটিভাৱে কি আছিল?

(ক) স্বাধীনতা আছিল

(খ) গণতান্ত্ৰিক আছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গণতান্ত্ৰিক আছিল।

২। জনৰ প্ৰতিপত্তিশালী লোককেইজনক কি বোলা হয়?

(ক) গ্ৰামণী বোলা হয়

(খ) ৰাজন্য় বোলা হয়

(গ) ৰাজন বোলা হয়

উত্তৰঃ (খ) ৰাজন্য় বোলা হয়।

৩। গৰু, ঘোঁৰা আৰু ৰথেৰে সমৃদ্ধ লোকসকল কি হ’ব পাৰিছিল?

(ক) গৃহপতি হ’ব পাৰিছিল

(খ) ফৈদ হ’ব পাৰিছিল

(ক) ৰাজন্য় হ’ব পাৰিছিল

উত্তৰঃ (ক) ৰাজন্য় হ’ব পাৰিছিল।

৪। যাগ-যজ্ঞ কৰাৰ অধিকাৰ আছিল একমাত্ৰ কা?

(ক) ৰজাসকলৰ

(খ) ব্ৰাহ্মণসকলৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ব্ৰাহ্মণসকলৰ।

৫। কৃষি কাৰ্যৰদ্বাৰা আৰ্যসকল কি হৈছিল?

(ক) শূদ্ৰ হৈছিল

(খ) ক্ষত্ৰিয় হৈছিল

(গ) সমৃদ্ধ হৈছিল

উত্তৰঃ (গ) সমৃদ্ধ হৈছিল।

৬। জনপদ গঠন হোৱাৰ পাছৰেপৰা ৰজাসকলৰ কি বাঢ়িল?

(ক) মৃত্য়ু বাঢ়িল

(খ) শক্তি বাঢ়িল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শক্তি বাঢ়িল।

৭। সৈন্য়বাহিনী গঠন কৰিবলৈ প্ৰচুৰ কিহৰ প্ৰয়োজন হয়?

(ক) শস্য় প্ৰয়োজন

(খ) ধনৰ প্ৰয়োজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ধনৰ প্ৰয়োজন।

৮। মহাজনপদৰ শক্তি নিৰ্ভৰ কৰিছিল ৰজাৰ বিচক্ষণতা আৰু কিহৰ ওপৰত?

(ক) শিক্ষা ওপৰত

(খ) বাণিজ্য় ওপৰত

(গ) দক্ষতাৰ ওপৰত

উত্তৰঃ (গ) দক্ষতাৰ ওপৰত।

৯। মহাজনপদসমূহত কৰ-কাটাল কি কৰা হৈছিল?

(ক) প্ৰচুৰ কৰা হৈছিল

(খ) আদায় কৰা হৈছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আদায় কৰা হৈছিল।

১০। দূৰ-দূৰণিলৈ খবৰ পঠিয়াবলৈও ৰজাসকলে কিহৰ সহায় লৈছিল?

(ক) ইনন্টাৰনেটৰ সহায়

(খ) লিপিৰ সহায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) লিপিৰ সহায়।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop