Class 5 Social Science Chapter 8 MCQ’s Sankardev School | আমাৰ সামাজিক জীৱন পদ্ধতি | Class 5 Social Science Chapter 8 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-8

আমাৰ সামাজিক জীৱন পদ্ধতি

১। মানুহে সমাজ পাতি কি কৰে?

(ক) বাস কৰে

(খ) খেতি-বাতি কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বাস কৰে।

২। মানুহক সামাজিক কি বুলি কোৱা হয়?

(ক) জীৱ-জন্তু বুলি কোৱা হয়

(খ) প্ৰাণী বুলি কোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰাণী বুলি কোৱা।

৩। প্ৰশ্ন চালি-জাৰি কি কৰা উচিত?

(ক) চোৱা উচিত

(খ) বিচৰা উচিত

(গ) সৃষ্টি কৰা উচিত

উত্তৰঃ (ক) চোৱা উচিত।

৪। জলবায়ুৰ ভিন্নতাৰ বাবেও বেলেগ বেলেগ কি গঢ়ি উঠে?

(ক) স্বাধীনতা

(খ) সমাজ

(গ) গণন্ত্ৰাতিক

উত্তৰঃ (খ) সমাজ।

৫। চিন্তা-ভাবনা কৰাটো মানুহৰ কি লক্ষণ?

(ক) সামাজিক লক্ষণ

(খ) মৌলিক লক্ষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মৌলিক লক্ষণ।

৬। কোনোবাই খৰি বা কয়লা পুৰি কি ৰান্ধে?

(ক) ভাত ৰান্ধে

(খ) আহাৰ ৰান্ধে

(গ) ৰুটি ৰান্ধে

উত্তৰঃ (ক) ভাত ৰান্ধে।

৭। একেখন সমাজত থাকিও লোসকলৰ পিন্ধন-উৰণৰ কি থাকে?

(ক) পাৰ্থক্য়

(খ) অৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰ্থক্য়।

৮। বাইদেউৰ বিয়াত মোৰ কোনে বহুতো সহায় কৰিলে?

(ক) ছাত্ৰ-ছাত্ৰীয়ে

(খ) শিক্ষক-শিক্ষয়ত্ৰী

(গ) বন্ধু-বান্ধৱী

উত্তৰঃ (গ) বন্ধু-বান্ধৱী।

৯। কোনো এখন সমাজৰেই জীৱন কি স্থিৰ নহয়?

(ক) পাৰ্থক্য়

(খ) পদ্ধতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পদ্ধতি।

১০। কিমান নং ৱাৰ্ডৰ বাসিন্দাসকলৰ পৰিয়ালৰ পৰিচয়-পত্ৰবোৰ পৰীক্ষা কৰিবলৈ বিষয়া আহিছে?

(ক) ৬ নং

(খ) ৯ নং

(গ) ১২ নং

উত্তৰঃ (গ) ১২ নং।

Type By- Subhas Nath

0
    0
    Your Cart
    Your cart is emptyReturn to Shop