🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Social Science Chapter 9 MCQ’s Sankardev School | জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা | Class 5 Social Science Chapter 9 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-9

জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

১। সমাজাত এজনে আনজন সৈতে কি চলিব লাগে?

(ক) বুজাবুজি

(খ) কাজিয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বুজাবুজি।

২। দৈনন্দিন জীৱনত আমাক বিভিন্ন প্ৰকাৰৰ কি লাগে?

(ক) সামগ্ৰী

(খ) সমাজ

(গ) শিক্ষা

উত্তৰঃ (ক) সামগ্ৰী।

৩। হৰিচৰণে পথাৰৰ কামত হালোৱা আৰু কি সহায় লয়?

(ক) গৰু

(খ) ৰোৱণী

(গ) কঠিয়া

উত্তৰঃ (খ) ৰোৱণী।

৪। মনেশ্বৰ আৰু তাৰিণী দুয়োজন কামলা বা হালোৱাৰে নিজৰ কি নাই?

(ক) মাটি

(খ) ঠাই

(গ) চহৰ

উত্তৰঃ (ক) মাটি।

৫। মনোৰমাই ডাকঘৰত জমা ৰখা ধনৰদ্বাৰা দেশৰ কি বৃদ্ধি হৈছে?

(ক) সমাজ

(খ) সম্পদ

(গ) অঞ্চল

উত্তৰঃ (খ) সম্পদ।

৬। ৰাৰমিস্ত্ৰি, কাঠমিস্ত্ৰি আৰু ইলেক্টিক মিস্ত্ৰিৰ কি হ’ল?

(ক) উপাৰ্জন হ’ল

(খ) সমাজ গঠন হ’ল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উপাৰ্জন হ’ল।

৭। দুয়ো নিজা নিজাকৈ কি খুলি লৈছে?

(ক) সমাজ

(খ) স্বাধীন

(খ) প্ৰতিষ্ঠান

উত্তৰঃ (খ) প্ৰতিষ্ঠান।

৮। উকীলে তাৰ বাবদ কি লয়?

(ক) মাচুল লয়

(খ) সমাজ লয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মাচুল লয়।

৯। আন কাম কৰা মানুহৰ ওপৰত কি নকৰিলে নচলে?

(ক) সৃষ্টি

(খ) নিৰ্ণয়

(গ) নিৰ্ভৰ

উত্তৰঃ (গ) নিৰ্ভৰ।

১০। চুমিয়ে তেওঁলোকৰপৰা মাহে কিমান টকা বানচ লয়?

(ক) এহেজাৰ

(খ) দুহেজাৰ

(গ) তিনিহেজাৰ

উত্তৰঃ (ক) এহেজাৰ।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop