🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 10 | আদি প্ৰস্তৰ যুগ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 10

আদি প্ৰস্তৰ যুগ

১। মানৱ সভ্য়তাৰ একেবাৰে আদিম স্তৰটোক কি বুলি কোৱা হয়?

(ক)নৱপ্ৰস্তৰ যুগ

(খ)আদিপ্ৰস্তৰ যুগ

(গ)মধ্য়প্ৰস্তৰ যুগ

উত্তৰঃ (খ)আদিপ্ৰস্তৰ যুগ

২। প্ৰস্তৰ যুগৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ আকৃতি আৰু নিৰ্মাণ কৌশলৰ প্ৰতি লক্ষ্য় কৰি এই যুগক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক)৩ টা

(খ)২ টা

(গ)৬ টা

উত্তৰঃ (খ)২ টা

৩। যি কালত মানুহে শিলৰ সঁজুলি ব্য়ৱহাৰ কৰিছিল সেই কালটোক কি বুলি জনা যায়?

(ক)নৱপ্ৰস্তৰ যুগ

(খ)প্ৰস্তৰ যুগ

(গ)মধ্য়প্ৰস্তৰ যুগ

উত্তৰঃ (ক)নৱপ্ৰস্তৰ যুগ

৪। আদিম যুগৰ মানুহে ক’ত বাস কৰিছিল?

(ক)ঘৰত

(খ)নদীৰ পাৰত

(গ)গুহাৰ ভিতৰত

উত্তৰঃ (গ)গুহাৰ ভিতৰত

৫। আদি প্ৰস্তৰ যুগৰ মানুহে জুইৰ ব্য়ৱহাৰ বিষয়ে

(ক)জানিছিল

(খ)নাজানিছিল

(গ)খাদ্য় কেচাই খাইছিল

উত্তৰঃ (খ)নাজানিছিল

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop