🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 12 | প্ৰাচীন নগৰীয়া সভ্য়তা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 12

প্ৰাচীন নগৰীয়া সভ্য়তা

১। মহেনঞ্জোদাৰো আৰু পাঞ্জাবৰ মন্টেগমাৰী জিলা হৰপ্পা বৰ্তমান কোন দেশত অৱস্থিত?

(ক)ভাৰত

(খ)চীন

(গ)পাকিস্তান

উত্তৰঃ(গ)পাকিস্তান

২। সিন্ধু সভ্য়তা কোন নদীৰ পাৰত গঢ়ি উঠিছিল?

(ক)বহ্মপুত্ৰ

(খ)বৰাক

(গ)সিন্ধু

উত্তৰঃ (গ)সিন্ধু

৩। সিন্ধু সভ্য়তাক আন কি নামেৰে জনা যায় ?

(ক)সমসাময়িক সভ্য়তা

(খ)হৰপ্পা সভ্য়তা

(গ)প্ৰাচীন সভ্য়তা

উত্তৰঃ (খ)হৰপ্পা সভ্য়তা

৪। হৰপ্পা সভ্য়তা কিমান খ্ৰীঃ পূঃ ত গঢ়ি উঠিছিল?

(ক)খ্ৰীঃপূঃ ৩০০০ৰ পৰা খ্ৰীঃপূঃ ১৫০০

(খ)খ্ৰীঃপূঃ ২০০০ৰ পৰা খ্ৰীঃপূঃ ৪০০০

(গ)খ্ৰীঃপূঃ ১০০০ৰ পৰা খ্ৰীঃপূঃ ২০০০

উত্তৰঃ (খ)খ্ৰীঃপূঃ ২০০০ৰ পৰা খ্ৰীঃপূঃ ৪০০০

৫। নীল নদীৰ পাৰত গঢ়ি উঠা সভ্য়তাটোৰ নাম কি?

(ক)মিছৰীয়া সভ্য়তা

(খ)বেবিলনীয় সভ্য়তা

(গ)চীনা সভ্য়তা

উত্তৰঃ (ক)মিছৰীয়া সভ্য়তা

৬। নদীৰ পাৰৰ মাটি কিহৰ বাবে উপযোগী?

(ক)মাছ ধৰাৰ বাবে

(খ)বসবাস কৰিব বাবে

(গ)এটাও নহয়

উত্তৰঃ (গ)এটাও নহয়

৭। মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্য়তা গৃহ সমূহ কিহেৰে নিৰ্মাণ কৰিছিল?

(ক)ইটাৰে

(খ)পোৰা ইটাৰে

(গ)বাঁহেৰে

উত্তৰঃ (খ)পোৰা ইটাৰে

৮। মহেঞ্জোদাৰোত থকা আটাইতকৈ ডাঙৰ শস্য়ৰ ভঁৰালটোৰ আয়তন কিমান?

(ক)৪৬ মিটাৰ দীঘল আৰু ১৫ মিটাৰ বহল

(খ)২৫ মিটাৰ দীঘল আৰু ৭ মিটাৰ বহল

(গ)৭৫ মিটাৰ দীঘল আৰু ২০ মিটাৰ বহল

উত্তৰঃ (ক)৪৬ মিটাৰ দীঘল আৰু ১৫ মিটাৰ বহল

৯। প্ৰাচীন নগৰীয়া সভ্য়তা ঘাইকৈ ক’ত গঢ় লৈ উঠিছিল?

(ক)পাহাৰত

(খ)অৰণ্য়ত

(গ)নদীৰ পাৰত

উত্তৰঃ (গ)নদীৰ পাৰত

১০। সিন্ধু সভ্য়তা কিহৰ বাবে পতন হৈছিল?

(ক)সিন্ধু নদীত হোৱা বানৰ ফলত

(খ)মহামাৰি ফলত

(গ)চিপাহী বিদ্ৰহোৰ ফলত

উত্তৰঃ (ক)সিন্ধু নদীত হোৱা বানৰ ফলত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop