🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 13 | বৈদিক সভ্য়তা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 13

বৈদিক সভ্য়তা

১। বৈদিক সভ্য়তা কোনে গঢ় দিছিল?

(ক)গুপ্ত সকলে

(খ)মৰান সকলে

(গ)আৰ্যসকলে

উত্তৰঃ (গ)আৰ্যসকলে

২। আৰ্য শব্দৰ অৰ্থ কি?

(ক)মহান

(খ)যেষ্ঠ

(গ)শ্ৰেষ্ঠ

উত্তৰঃ (গ)শ্ৰেষ্ঠ

৩। পাৰ্চী, লেটিন, গ্ৰীক আৰু ভাৰতীয় সংস্কৃতি ভাষাৰ সৃষ্টি কালক্ৰমত এই ভাষাবোৰ কি ভাষা বুলি পৰিচিত হৈছিল?

(ক)বৰ্জাৱলী

(খ)ইংৰাজী

(গ)ইণ্ডো-ইউৰোপীয়

উত্তৰঃ (গ)ইণ্ডো-ইউৰোপীয়

৪। সাতখন নদীৰ সমষ্টিক কি বোলে?

(ক)সপ্তসিন্ধু

(খ)সাতনদী

(গ)সপ্তমনদী

উত্তৰঃ (ক)সপ্তসিন্ধু

৫। বেদ শব্দৰ অৰ্থ কি?

(ক)মতামত

(খ)জ্ঞান

(গ)বুদ্ধি

উত্তৰঃ জ্ঞান

৬। হিন্দু ধৰ্মৰ বেদ কেইখন?

(ক)২ খন

(খ)৪ খন

(গ)৫ খন

উত্তৰঃ (খ)৪ খন

৭। বৈদিক যুগত গাঁৱৰ মুখিয়াল জনক কি বুলি কোৱা হৈছিল?

(ক)মুখিয়াল

(খ)গাঁও বুঢ়া

(গ)গ্ৰামণী

উত্তৰঃ (গ)গ্ৰামণী

৮। আৰ্যসকলৰ পৰিয়ালৰ মুৰব্বীজনক কি বুলি জনা যায়?

(ক)কুলাপা

(খ)গ্ৰামণী

(গ)বিশপতি

উত্তৰঃ (ক)কুলাপা

৯। আটাইটকৈ পুৰণি বেদখনৰ নাম কি ?

(ক)ঋকবেদ

(খ)সামবেদ

(গ)যৰ্জুবেদ

উত্তৰঃ (ক)ঋকবেদ

১০। বৈদিক যুগক কেইটাভাগত ভাগ কৰা হৈছে?

(ক)৩ টা

(খ)৫টা

(গ)২ টা

উত্তৰঃ (গ)২ টা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop