🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 15 | নতুন ভাবধাৰৰ উদ্ভৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 15

নতুন ভাবধাৰৰ উদ্ভৱ

১। বৌদ্ধ আৰু জৈন ধৰ্ম কেতিয়া আৱিৰ্ভাৱ হৈছিল?

(ক)খ্ৰীঃপূঃ ষষ্ঠ শতিকাত

(খ)খ্ৰীঃপূঃ পঞ্চম শতিকাত

(গ)খ্ৰীঃপূঃ সপ্তম শতিকাত

উত্তৰঃ (ক)খ্ৰীঃপূঃ ষষ্ঠ শতিকাত

২। বৌদ্ধ ধৰ্ম প্ৰৱৰ্তক কোন?

(ক)শংকৰদেৱ

(খ)মাধৱদেৱ

(গ)গৌতম বুদ্ধ

উত্তৰঃ(গ)গৌতম বুদ্ধ

৩। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

(ক)মহাবীৰ

(খ)গৌতম বুদ্ধ

(গ)মহাত্মা গান্ধী

উত্তৰঃ(ক)মহাবীৰ

৪। জৈন সাহিত্য়ত কেইজন ধৰ্মগুৰুৰ নাম পোৱা যায় ?

(ক)১২ জন

(খ)২৩ জন

(গ)২৪ জন

উত্তৰঃ(গ)২৪ জন

৫। মহাবীৰ প্ৰকৃত নামটো কি আছিল?

(ক)ঋষভ

(খ)বৰ্দ্ধমান

(গ)পাৰ্শ্বনাথ

উত্তৰঃ(খ)বৰ্দ্ধমান

৬। বৰ্দ্ধমানে কিমান বছৰৰ বয়সত সংসাৰ ত্য়াগ কৰিছিল?

(ক)১২ বছৰ

(খ)১৫ বছৰ

(গ)৩০ বছৰ

উত্তৰঃ(গ)৩০ বছৰ

৭। জৈন ধৰ্মৰ মূলত কেইটা নীতি আছেঃ-

(ক)৩ টা

(খ)৫ টা

(গ)৭ টা

উত্তৰঃ(খ)৫ টা

৮। বৰ্দ্ধমানে কিমান বছৰ কঠোৰ তপস্য়া কৰিছিল?

(ক)১২ বছৰ

(খ)১৫ বছৰ

(গ)৯ বছৰ

উত্তৰঃ(ক)১২ বছৰ

৯। মানুহে কু-কৰ্মৰ পৰা ৰক্ষা কৰিবলৈ কেইটা নীতিৰ মানি চলিব লাগে ? 

(ক)২ টা

(খ)৩ টা

(গ)৪ টা

উত্তৰঃ(খ)৩ টা

১০। কেইটা নীতিৰ আধাৰ কৰি জৈন ধৰ্মমত গঢ় লৈ উঠিছিল ?

(ক)৫ টা

(খ)৭ টা

(গ)৮ টা

উত্তৰঃ(ক)৫ টা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop