🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 18 | আমাৰ মৌলিক প্ৰয়োজনসমূহ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 18

আমাৰ মৌলিক প্ৰয়োজনসমূহ

১। আমাৰ মৌলিক প্ৰয়োজনবোৰ কেইপ্ৰকাৰৰ

(ক)৪ প্ৰকাৰৰ

(খ)৮ প্ৰকাৰৰ

(গ)৩ প্ৰকাৰৰ

উত্তৰঃ (গ)৩ প্ৰকাৰৰ

২। আহাৰক কেইটা মূল ভাগত ভাগ কৰিব পাৰি?

(ক)৪ টা

(খ)৭ টা

(গ)২ টা

উত্তৰঃ (গ)২ টা

৩। দিনটোত দুবেলা নিয়মীয়াকী খোৱা ভাত আৰু ৰুটীক আমি কি আহাৰ বুলি কওঁঃ

(ক)মূল আহাৰ

(খ)উপ আহাৰ

(গ)এটাও নহয়

উত্তৰঃ (ক)মূল আহাৰ

৪। অসমৰ মানুহৰ মূল আহাৰ কি?

(ক)ৰুটী

(খ)ভাত

(গ)ফল-মূল

উত্তৰঃ (খ)ভাত

৫। বিহাৰৰ মানুহৰ মূল আহাৰ কি?

(ক)ভাত

(খ)ৰুটী

(গ)মাংস

উত্তৰঃ (খ)ৰুটী

৬। শৰীৰৰ বৃদ্ধি আৰু পুষ্টি সাধনৰ বাবে কি প্ৰয়োজন

(ক)বাসস্থান

(খ)আহাৰ

(গ)এটাও নহয়

উত্তৰঃ (খ)আহাৰ

৭। “অসমীয়া শিপিনীয়ে শালত সপোন ৰচে” এই কথাষাৰ কোনে কৈছিল?

(ক)ড° ভূপেন হাজৰিকাই

(খ)মহাত্মা গান্ধীয়ে

(গ)নৰেন্দ্ৰ মোদীয়ে

উত্তৰঃ (খ)মহাত্মা গান্ধীয়ে

৮। এস্কিম’সকলে কোন অঞ্চলত বাস কৰে?

(ক)দক্ষিণ মেৰুত

(খ)উত্তৰ মেৰুত

(গ)মেৰু দেশত

উত্তৰঃ (গ)মেৰু দেশত

৯। মেৰু অঞ্চলত প্ৰায় সকলো সময়তেঃ

(ক)পানীৰে আৱৰি থাকে

(খ)আন্ধাৰ হৈ থাকে

(গ)বৰফেৰে আৱৰি থাকে

উত্তৰঃ (গ)বৰফেৰে আৱৰি থাকে

১০। দেখাত উবুৰিয়াই থোৱা বাটি এটাৰ নিচিনা এই ঘৰক কি বুলি কোৱা হয়?

(ক)চাং ঘৰ

(খ)মাটিৰ ঘৰ

(গ)ঈগ্লু

উত্তৰঃ (গ)ঈগ্লু

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop