Class 6 Social Science Sankardev School | Chapter 19 | উন্নত জীৱনশৈলীৰ প্ৰয়োজনসমূহ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 19

উন্নত জীৱনশৈলীৰ প্ৰয়োজনসমূহ

১। মানুহৰ প্ৰয়োজনসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক)দুটা

(খ)তিনিটা

(গ)ছয় টা

উত্তৰঃ (ক)দুটা

২। মানুহে নিজৰ আৰু পৰিয়ালৰ ব্য়ক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন বোধ কৰে সেইবোৰেই হ’লঃ

(ক)সামাজিক প্ৰয়োজন

(খ)ব্য়ক্তিগত প্ৰয়োজন

(গ)মৌলিক প্ৰয়োজন

উত্তৰঃ (খ)ব্য়ক্তিগত প্ৰয়োজন

৩। এখন সমাজত সুস্থ-সবল আৰু শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্য়ৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰকেঃ

(ক)মৌলিক প্ৰয়োজন

(খ)ব্য়ক্তিগত প্ৰয়োজন

(গ)সামাজিক প্ৰয়োজন

উত্তৰঃ (গ)সামাজিক প্ৰয়োজন

৪। শিক্ষা লাভ কৰিবলৈ কি প্ৰয়োজন ?

(ক)বিদ্য়ালয়

(খ)মন্দিৰ

(গ)গিৰ্জা

উত্তৰঃ (ক)বিদ্য়ালয়

৫। আদিম যুগৰ মানুহে কি খাদ্য় খাইছিল ?

(ক)ভাত

(খ)কেঁচা মাংখ

(গ)ৰুটি

উত্তৰঃ (খ)কেঁচা মাংখ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop