🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 2 | পৃথিৱীৰ আকাৰৰ আৰু আকৃতি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 2

পৃথিৱীৰ আকাৰৰ আৰু আকৃতি

১। পৃথিৱীৰ আকাৰ ধাৰণা কৰিবলৈ কি ব্য়ৱহাৰ কৰা হয়?

(ক)অক্ষৰেখা

(খ)কৰ্কটক্ৰান্তি ৰেখা

(গ)গোলক

উত্তৰঃ (গ)গোলক

২। বিষুৱ ৰেখা পৃথিৱীক কোন কোন গোলাৰ্ধক বিভক্ত কৰি আছে?

(ক)উত্তৰ আৰু পশ্চিম

(খ)দক্ষিণ আৰু পূৱ

(গ)উত্তৰ আৰু দক্ষিণ

উত্তৰঃ (গ)উত্তৰ আৰু দক্ষিণ

৩। বিষুৱ ৰেখা উত্তৰ আৰু দক্ষিণে কল্পনা কৰা ৰেখাদালৰ নাম কি?

(ক)কৰ্কটক্ৰান্তি ৰেখা

(খ)অক্ষৰেখা

(গ)বিষুৱ ৰেখা

উত্তৰঃ (খ)অক্ষৰেখা

৪। বিষুৱ ৰেখাৰ মান কিমান?

(ক)০°

(খ)৩৬০°

(গ)৯০°

উত্তৰঃ (ক)০°

৫। কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি মাজত থকা অংশটোক কি বোলে?

(ক)গ্ৰীষ্মমণ্ডল

(খ)শীতমণ্ডল

(গ)মেৰু অঞ্চল

উত্তৰঃ (ক)গ্ৰীষ্মমণ্ডল

৬। সুমেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে আৰু এই মণ্ডলটোক কি নামেৰে জনা যায়?

(ক)গ্ৰীষ্মমণ্ডল

(খ)শীতমণ্ডল

(গ)নাতিশীতোষ্ণ মণ্ডল

উত্তৰঃ (গ)নাতিশীতোষ্ণ মণ্ডল

৭। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰি পৃথিৱীৰ মাজেদি কল্পনা কৰা ৰেখাদালৰ হ’লঃ

(ক)পৃথিৱীৰ মেৰুদণ্ড

(খ)অক্ষৰেখা

(গ)কৰ্কটক্ৰান্তি ৰেখা

উত্তৰঃ (ক)পৃথিৱীৰ মেৰুদণ্ড

৮। পৃথিৱীৰ উপৰিভাগৰ সোঁমাজেৰে পূবা-পশ্চিমাকৈ বৃত্তকাৰে যি ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাডালৰ নাম কি?

(ক)কৰ্কটক্ৰান্তি ৰেখা

(খ)অক্ষৰেখা

(গ)বিষুৱৰেখা

উত্তৰঃ (গ)বিষুৱৰেখা

৯। বিষুৱৰ উত্তৰে থকা গোলাৰ্ধটোৰ নাম কি?

(ক)উত্তৰ গোলাৰ্ধ

(খ)দক্ষিণ গোলাৰ্ধ

(গ)উত্তৰ মেৰু

উত্তৰঃ (ক)উত্তৰ গোলাৰ্ধ

১০। কুমেৰু বৃত্তৰ দক্ষিণৰ তাপমণ্ডলটো নাম কি?

(ক)দক্ষিণ শীতমণ্ডল।

(খ)দক্ষিণ তাপমণ্ডল

(গ)দক্ষিণ মেৰু অঞ্চল

উত্তৰঃ(ক)দক্ষিণ শীতমণ্ডল।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop