Class 6 Social Science Sankardev School | Chapter 20 | জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 20

জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

১। অন্তহীন অভাৱ পূৰণৰ চেষ্টাৰ ফলস্বৰুপে মানুহে নিতৌ কি হৈছে।

(ক)বস্তুৰ আৱিস্কাৰ

(খ)ব্য়ৱসায়

(গ)এটাও নহয়

উত্তৰঃ (ক)বস্তুৰ আৱিস্কাৰ

২। ৰন্ধন কাৰ্যত খৰিৰ সলনি কি ব্য়ৱহাৰ কৰা হয়।

(ক)গেছ

(খ)প্লেটল

(গ)এটাও নহয়

উত্তৰঃ (ক)গেছ

৩। যাতায়াত ব্যৱস্থাৰ উন্নতিৰ ফলত আমাৰ কি কি লাভ হৈছে।

(ক)ব্য়ৱসায় দিশত আগবাঢ়িছে

(খ)বিভিন দেশৰ মাজত বেহা বেপাৰ বৃদ্ধি হৈছে

(গ)শিক্ষাৰ ক্ষেত্ৰত পিছ পৰিছে

উত্তৰঃ (খ)বিভিন দেশৰ মাজত বেহা বেপাৰ বৃদ্ধি হৈছে

৪। ৰে’ল সেৱাৰ ফলত আমাৰ কি লাভ হৈছে।

(ক)গাওঁ অঞ্চলৰ লোকখকলৰ লাভ হৈছে

(খ)ৰে’ল সেৱাৰ ফলত গধুল বস্তু অনা-নিয়া কৰতা সুবিধা হৈছে

(গ)ৰে’ল সেৱাৰ ফলত গাওঁ লোক খকলৰ এঠাই পৰা আন এঠাই লই অহা জোৱাত সোবিধা হৈছে

উত্তৰঃ (খ)ৰে’ল সেৱাৰ ফলত গধুল বস্তু অনা-নিয়া কৰতা সুবিধা হৈছে

৫। কম সময়তে কামবোৰ কৰিব পৰাৰ ফলত মানুহ কি কি লাভ হৈছে।

(ক)কম সময়ত কাম হোৱা ফলত মানুহৰ সময় ৰাহি হৈছে

(খ)আজৰি সময় কটাবলৈ বিভিন্ন ধৰনৰ আমোদ-প্ৰমোদৰ বাবে সময় পোৱা গোছে

(গ)এটাও নহয়

উত্তৰঃ (ক)কম সময়ত কাম হোৱা ফলত মানুহৰ সময় ৰাহি হৈছে

৬। এতিয়া গৰমৰপৰা ৰক্ষা পাৰলৈ বিচনিৰ সলনি আমি কি কি বোবহাৰ কৰো।

(ক)বিজুলী শক্তিদ্বাৰা চালিত ফেল এয়াৰ কুলাৰ কণ্ডিচনাৰ বেবহাৰ কৰো

(খ)এটিয়া গৰমৰ পৰা ৰইখা পাবলৈ ৰ’দ বহো

(গ)এটাও নহয়

উত্তৰঃ (ক)বিজুলী শক্তিদ্বাৰা চালিত ফেল এয়াৰ কুলাৰ কণ্ডিচনাৰ বেবহাৰ কৰো

৭। শক্তিৰ উৎস হিচাপে বিজুলী আৰু ভূগৰ্ভৰপৰা পোৱা প্ৰকৃতিক বস্তু বোৰ কি কি।

(ক)তেল গেছ

(খ)জুই পানী়

(গ)শিল

উত্তৰঃ (ক)তেল গেছ

৮। প্ৰযুক্তিৰ সহায়ত পানীৰদ্বাৰা কি শক্তি ব্য়ৱহাৰ কৰে।

(ক)বিজুলী শক্তি

(খ)সৌৰশক্তি

(গ)গোবৰ গেছ

উত্তৰঃ (ক)বিজুলী শক্তি

৯। প্ৰযুক্তিৰ সহায়তে মানুহে ঘৰতে বহি বহু দূৰৈত থকা মানুহৰ লগত কেনেকে কথা পাতে।

(ক)টেলিভিছন পৰা

(খ)টেলিফোনৰ পৰা

(গ)ৰেডিঅ পৰা

উত্তৰঃ (খ)টেলিফোনৰ পৰা

 ১০। সূৰ্যৰ পৰা কি শক্তি আহৰণ কৰে।

(ক)বিজুলী শক্তি

(খ)সৌৰ শক্তি

(গ)ৰাসায়নিক শক্তি

উত্তৰঃ (খ)সৌৰ শক্তি

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop