🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 21 | কৃষি, উদ্য়োগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 21

কৃষি, উদ্য়োগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

১। আধুনিক যুগৰ মানুহৰ বিভিন্ন বৃত্তিক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয় ?

(ক)৩ টা

(খ)৪ টা

(গ)৫ টা

উত্তৰঃ (ক)৩ টা

২। আগৰ দিনত মানুহে কিহৰে মাটি চহাইছিল ?

(ক)ট্ৰেক্টৰ

(খ)পাৱাৰ টিলা

(গ)গৰু আৰু নাঙল

উত্তৰঃ (গ)গৰু আৰু নাঙল

৩। কি সাৰ প্ৰয়োগ কৰা ফলত মাটিৰ শস্য় বৃদ্ধি হৈছে ?

(ক)পচন সাৰ

(খ)জৈৱিক সাৰ

(গ)ৰাসায়নিক সাৰ

উত্তৰঃ (গ)ৰাসায়নিক সাৰ

৪। পৰিবহন কেই প্ৰকাৰ ?

(ক)৩ টা

(খ)৫ টা

(গ)৬ টা

উত্তৰঃ (ক)৩ টা

৫। আগৰ দিনত মানুহে যোগাযোগ কেনেদৰে কৰিছিল

(ক)টেলিভিছন

(খ)টেলিফোন

(গ)চিঠি

উত্তৰঃ (গ)চিঠি

৬। উদ্য়োগ কেই প্ৰকাৰৰ ?

(ক)৪ প্ৰকাৰৰ

(খ)৫ প্ৰকাৰৰ

(গ)৭ প্ৰকাৰৰ

উত্তৰঃ (ক)৪ প্ৰকাৰৰ

৭। কিহৰ সহায়ত এটা একাউন্টৰ পৰা আন এটা একাউন্টলৈ মুহূৰ্ততে পইচা পঠিয়াব পাৰি ?

(ক)এ টি এম (Automated Teller Machine)

(খ)ডেবিট (Debit)

(গ)এন এ এফ টি (National Electronic Fund Transfer)

উত্তৰঃ (গ)এন এ এফ টি (National Electronic Fund Transfer)

৮। সেৱা খণ্ডৰ আৰু প্ৰযুক্তি মানে কি ?

(ক)যিবোৰে পোনপটীয়াকৈ কোনো সামগ্ৰী উৎপাদন নকৰে

(খ)যিবোৰে পোনপটীয়াকৈ কোনো ধৰণৰ সামগ্ৰী উৎপাদন কৰে

(গ)এটাও নহয়

উত্তৰঃ (ক)যিবোৰে পোনপটীয়াকৈ কোনো সামগ্ৰী উৎপাদন নকৰে

৯। মানুহৰ বৃত্তিসমূহক প্ৰধানকৈ তিনিটা খণ্ডত ভাগ কৰা হৈছে, ইয়াৰ প্ৰথম ভাগটো নাম কি ?

(ক)সেৱা খণ্ডৰ

(খ)কৃষি খণ্ডৰ

(গ)উদ্য়োগ খণ্ডৰ

উত্তৰঃ (খ)কৃষি খণ্ডৰ

১০। উৎপাদনক্ষম বীজৰদ্বাৰা এবছৰত একেখিনি মাটিতে কেইবা খেতি কৰিব পৰা হৈছে ?

(ক)২ বাৰ

(খ)৩ বাৰ

(গ)৪ বাৰ

উত্তৰঃ (খ)৩ বাৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop