🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 3 |পৃথিৱীৰ গতি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 3

পৃথিৱীৰ গতি

১। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূৱলৈ গতি কৰে আৰু এই গতিক কি নামেৰে জনা যায়?

(ক)বাৰ্ষিক গতি

(খ)আৱৰ্তন গতি

(গ)আহ্নিক গতি

উত্তৰঃ (গ)আহ্নিক গতি

২। পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা গতিক কি নামেৰে জনা যায়?

(ক)বিৱৰ্তন গতি

(খ)আহ্নিক গতি

(গ)বাৰ্ষিক গতি

উত্তৰঃ (গ)বাৰ্ষিক গতি

৩। পৃথিৱীয়ে নিজ অক্ষত এপাক মাৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয়?

(ক)১ দিন

(খ)২৪ ঘন্টা

(গ)৩৬৫ দিন

উত্তৰঃ (খ)২৪ ঘন্টা

৪। ভূ-পৃষ্ঠৰ বস্তুবোৰ কাৰ সহায়ত দৃশ্য়মান হয়?

(ক)চন্দ্ৰৰ সহায়ত

(খ)সূৰ্যৰ সহায়ত

(গ)তৰাৰ সহায়ত

উত্তৰঃ (খ)সূৰ্যৰ সহায়ত

৫। পৃথিৱীৰ কোনটো গতিৰ সহায়ত দিন-ৰাতি হয়?

(ক)বাৰ্ষিক গতিৰ

(খ)আহ্নিক গতিৰ

(গ)আৱৰ্তন গতিৰ

উত্তৰঃ (খ)আহ্নিক গতিৰ

৬। প্ৰতি চাৰি বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই ২৯ দিন গণণা কৰা সেই সেই বছৰতোক কি নামেৰে জনা যায়?

(ক)অধিবৰ্ষ

(খ)ভাগশেষ

(গ)আহ্নিক বৰ্ষ

উত্তৰঃ (ক)অধিবৰ্ষ

৭। পৃথিৱীয়ে নিজ অক্ষত ঘূৰোঁতে কোন দিশৰ কোন দিশলৈ গতি কৰে?

(ক)উত্তৰ পৰা দক্ষিণলৈ

(খ)পশ্চিমৰ পৰা পূৱলৈ

(গ)দক্ষিণৰ পৰা পূৱলৈ

উত্তৰঃ (খ)পশ্চিমৰ পৰা পূৱলৈ

৮। ২২ ডিচেম্বৰৰ দিনা দক্ষিণ গোলাৰ্ধত দিন আটাইকৈ চুটি আৰু ৰাতি আটাইতকৈ দীঘল হয়। সেই দিনটোক কি নামেৰে জনা যায়?

(ক)জলবিষুৱ

(খ)মকৰ সংক্ৰান্তি

(গ)কৰ্কট সংক্ৰান্তি

উত্তৰঃ (খ)মকৰ সংক্ৰান্তি

৯। উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ দিন দীঘল-চুটি হোৱাৰ মূল কাৰণ হ’ল –

(ক)পৃথিৱীৰ বাৰ্ষিক গতি

(খ)পৃথিৱীৰ আহ্নিক গতি

(গ)বিষুৱ ৰেখা

উত্তৰঃ (খ)পৃথিৱীৰ আহ্নিক গতি

১০। কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কমে?

(ক)৩ জানুৱাৰী

(খ)২২ ডিচেম্বৰ

(গ)২৩ ছেপ্টেম্বৰ

উত্তৰঃ (গ)২৩ ছেপ্টেম্বৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop