🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 4 |পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 4

পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ

১। পৃথিৱীৰ প্ৰধান মণ্ডলকেইটা?

(ক)২ টা

(খ)৪ টা

(গ)৩ টা

উত্তৰঃ(গ)৩ টা

২। পৃথিৱীৰ শিল, মাটি, বোকাৰে গঠিত কঠিন অংশটোক কি নামেৰে জনা যায়?

(ক)জলমণ্ডল

(খ)স্থলমণ্ডল

(গ)বায়ুমণ্ডল

উত্তৰঃ(খ)স্থলমণ্ডল

৩। সাগৰৰ পৃষ্ঠৰ পৰা মাউন্ট এভাৰেষ্টৰ পৰা উচ্চতা কিমান?

(ক)৩,৬৭৮ মিঃ

(খ)৮,৮৪৮ মিঃ

(গ)৭,৮৪৫ মিঃ

উত্তৰঃ(খ)৮,৮৪৮ মিঃ

৪। জীৱমণ্ডলক কেইটা বহল ভাগত ভাগ কৰা হৈছে ?

(ক)2 টা

(খ)৩ টা

(গ)৫ টা

উত্তৰঃ(ক)2 টা

৫। পৃথিৱীৰ মহাদেশ কেইখন আছে?

(ক)৩ খন

(খ)৫ খন

(গ)৭ খন

উত্তৰঃ(গ)৭ খন

৬। তৃতীয় বৃহৎ মহাদেশ খনৰ নাম কি?

(ক)উত্তৰ আমেৰিকা

(খ)এছিয়া

(গ)ইউৰোপ

উত্তৰঃ(ক)উত্তৰ আমেৰিকা

৭। প্ৰথম বৃহৎ মহাদেশখনমৰ নাম কি?

(ক)দক্ষিণ আমেৰিকা

(খ)ইউৰোপ

(গ)এছিয়া

উত্তৰঃ(গ)এছিয়া

৮। আটাইতকৈ ডাঙৰ সাগৰখনৰ নাম কি?

(ক)আৰৱ সাগৰ

(খ)প্ৰশান্ত মহাসাগৰ

(গ)বংগোপ সাগৰ

উত্তৰঃ(খ)প্ৰশান্ত মহাসাগৰ

৯। বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছবিধৰ নাম কি?

(ক)অক্সিজেন

(খ)কাৰ্ব-ডাই-অক্সাইড

(গ)নাইট্ৰ’জেন

উত্তৰঃ(গ)নাইট্ৰ’জেন

১০। পৃথিৱীত কিমান শতাংশ জলমণ্ডলেৰে আৱৰি আছে?

(ক)২৯ শতাংশ

(খ)৪৫ শতাংশ

(গ)৭১ শতাংশ

উত্তৰঃ(গ)৭১ শতাংশ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop