🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 5 |ভূগোলৰ অধ্য়য়ন-আহিলা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 5

ভূগোলৰ অধ্য়য়ন-আহিলা

১। মাপনি বা স্কেলক কেইটাভাগত ভাগ কৰিব পাৰি?

(ক)৩ টা

(খ)১ টা

(গ)২ টা

উত্তৰঃ (গ)২ টা

২। সৰু মাপনী কেনেকুৱা মানচিত্ৰত ব্যৱহাৰ হয়?

(ক)ডাঙৰ চিত্ৰত

(খ)মধ্য়মিয়া চিত্ৰত

(গ)সৰু চিত্ৰত

উত্তৰঃ (গ)সৰু চিত্ৰত

৩। মানচিত্ৰত বিভিন্ন ভৌগোলিক তথ্য় দেখুৱাবলৈ ব্য়ৱহাৰ কৰা বিশেষ চিহ্নবোৰক কি বোলে?

(ক)মানচিত্ৰ

(খ)সাংকেতিক চিহ্ন

(গ)মাপনি

উত্তৰঃ (খ)সাংকেতিক চিহ্ন

৪। নদী বা জলভাগ দেখুৱাবলৈ মানচিত্ৰ কি ৰং ব্য়ৱহাৰ কৰা হয়।

(ক)ৰঙা

(খ)নীলা

(গ)হালধীয়া

উত্তৰঃ (খ)নীলা

৫। তলৰ কোনটো মাপনিত প্ৰয়োজন নাই?

(ক)মানচিত্ৰত

(খ)নক্সাত

(গ)আৰ্হিচিত্ৰত

উত্তৰঃ (গ)আৰ্হিচিত্ৰত

৬। মানচিত্ৰ কোনটো দিশ সদায় ওপৰ ফালে থাকে।

(ক)দক্ষিণ

(খ)পূৱ

(গ)উত্তৰ

উত্তৰঃ (গ)উত্তৰ

৭। মানচিত্ৰত ডাঙৰ মাপনী ব্য়ৱহাৰ কৰি অংকন কৰা সৰু ঠাই খন হ’লঃ-

(ক)নক্সা বা প্লেন

(খ)আৰ্হিচিত্ৰ

(গ)মানচিত্ৰ

উত্তৰঃ (ক)নক্সা বা প্লেন

৮। যাতায়াত দেখুওৱা মানচিত্ৰ কোনবিধৰ?

(ক)ৰাজনৈতিক

(খ)বিষয়ভিত্তিক

(গ)প্ৰাকৃতিক

উত্তৰঃ (খ)বিষয়ভিত্তিক

৯। বহুতো মানচিত্ৰ সমষ্টিক কি বুলি জনা যায়?

(ক)মানচিত্ৰ

(খ)আৰ্হিচিত্ৰ

(গ)ভূচিত্ৰাৱলী

উত্তৰঃ (গ)ভূচিত্ৰাৱলী

১০। আৰ্হিচিত্ৰত কোনটো জোখ ব্য়ৱহাৰ কৰা নহয়?

(ক)মাপনী

(খ)সাংকেতিক চিহ্ন

(গ)ভূ-চিত্ৰাৱলী

উত্তৰঃ (ক)মাপনী

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop