🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 6

পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ

১। পৃথিৱীৰ উপৰিভাগবোৰ কিহেৰে গঠিত?

(ক)মাটিৰে

(খ)পানীৰে

(গ)ফলকেৰে

উত্তৰঃ (গ)ফলকেৰে

২। উৎপত্তি অনুসৰি পৰ্বতবোৰ কেইটা ভাগত ভাগ কৰিব পাৰি।

(ক)২ টা

(খ)৪ টা

(গ)৬ টা

উত্তৰঃ (খ)৪ টা

৩। পৰ্বতীয়া অঞ্চলতকৈ সমতল অঞ্চলত জনবসতি কেনেকুৱা।

(ক)কম

(খ)ঘন

(গ)অতি কম

উত্তৰঃ (খ)ঘন

৪। উত্তৰ ভাৰতৰ শীতকালি প্ৰচণ্ড শীতল বতাহৰ প্ৰভাৱৰপৰা কিহে ৰক্ষা কৰিছে।

(ক)হিমালয় পৰ্বত থকাৰ বাবে

(খ)সমভূমি হোৱাৰ বাবে

(গ)জনবসতি বেছি হোৱা কাৰণে

উত্তৰঃ (ক)হিমালয় পৰ্বত থকাৰ বাবে

৫। হিমালয় পৰ্বত সৃষ্টিহোৱাৰ আগতে কি সাগৰ আছিল।

(ক)ভংগিল পৰ্বত

(খ)সঞ্চয়জাত পৰ্বত

(গ)স্তুপ পৰ্বত

উত্তৰঃ (খ)সঞ্চয়জাত পৰ্বত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop