🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 7 | অসমৰ জলবায়ু, উদ্ভিদ, বন্য়প্ৰাণী আৰু কৃষি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

অসমৰ জলবায়ু, উদ্ভিদ, বন্য়প্ৰাণী আৰু কৃষি

১। জলবায়ু কিমান বছৰৰ গড় অৱস্থাঃ-

(ক)৪০ বছৰ

(খ)২২ বছৰ

(গ)৩০ বছৰ

উত্তৰঃ (গ)৩০ বছৰ

২। অসমৰ জলবায়ুক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক)৪ টা

(খ)৫ টা

(গ)৬ টা

উত্তৰঃ (গ)৬ টা

৩। ফাকুৱা কোন ঋতুত বা কালত হয়?

(ক)শৰৎ কালত

(খ)বসন্ত কালত

(গ)হেমন্ত কালত

উত্তৰঃ (খ)বসন্ত কালত

৪। দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু দীপাৱলী কোনটো ঋতুৰ প্ৰধান উৎসৱ?

(ক)শৰৎ কালৰ

(খ)বসন্ত কালৰ

(গ)হেমন্ত কালৰ

উত্তৰঃ (ক)শৰৎ কালৰ

৫। মাঘ আৰু ফাগুনৰ সময়ছোৱাক কি কাল বুলি বুলিব পাৰি?

(ক)গ্ৰীষ্ম কাল

(খ)শীত কাল

(গ)বৰ্ষা কাল

উত্তৰঃ (খ)শীত কাল

৬। পশ্চিমীয়া দেশত জলবায়ুৰ বৈশিষ্ট্য়ৰ আধাৰত বছৰটোক কেইটা প্ৰধান ঋতুত ভাগ কৰা হৈছে?

(ক)৬ টা

(খ)৪ টা

(গ)৮ টা

উত্তৰঃ (খ)৪ টা

৭। প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক কেইটা ভাগত ভগোৱা হৈছে?

(ক)৫ টা

(খ)৩ টা

(গ)৬ টা

উত্তৰঃ (খ)৩ টা

৮। অসমত ৰাষ্টীয় উদ্যান কেইখন আছে?

(ক)৫ খন

(খ)৭ খন

(গ)২ খন

উত্তৰঃ (খ)৭ খন

৯। অসমত কেইখন বন্যপ্ৰাণী অভয়াৰণ্য আছে?

(ক)১০ খন

(খ)৫ খন

(গ)১৭ খন

উত্তৰঃ (গ)১৭ খন

১০। দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱৰ ফলত অসমত কি প্ৰচুৰ পৰিমাণে হয়?

(ক)বৰষুণ

(খ)ৰ’দ

(গ)বতাহ

উত্তৰঃ (ক)বৰষুণ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop