🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Social Science Sankardev School | Chapter 9 | ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 9

ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা

১। চুকাফাই অসমত কিমান খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল?

(ক)১২১৫ খ্ৰীষ্টাব্দত

(খ)১২২৮ খ্ৰীষ্টাব্দত

(গ)১৫২৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (খ)১২২৮ খ্ৰীষ্টাব্দত

২। অনুমানত ইতিহাস কেতিয়াও ……… কৰিব নোৱাৰি

(ক)ৰচনা

(খ)বনাব

(গ)গঠিত

উত্তৰঃ (ক)ৰচনা

৩। শিলৰ ওপৰত খেদিত কথাবিলাকক কি বুলি জনা যায়?

(ক)স্তম্ভলিপি

(খ)শিলালিপি

(গ)তামৰ লিপি

উত্তৰঃ (খ)শিলালিপি

৪। বৰ্মন বংশৰ এজন ৰজাৰ নাম উল্লেখ কৰা

(ক)ভাস্কৰ বৰ্মন

(খ)আকবৰ

(গ)বিৰবল

উত্তৰঃ (ক)ভাস্কৰ বৰ্মন

৫। ডাঙৰ ডাঙৰ শিলৰ গুহাবিলাকতো কিছুমান কথা লিখি থই গৈছে, সেইবোৰক কি বুলে?

(ক)তাম্ৰলিপি

(খ)শিলালিপি

(গ)গুহালিপি

উত্তৰঃ (গ)গুহালিপি

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop