🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Assamese Book | Chapter 14 | অধ্যায় ১৪ | বিদ্যা | MCQs Short Question Answer |

Chapter 14

বিদ্যা

১। লিখন কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

(ক) চৰুৰ

(খ) কাপৰ

(গ) হালৰ

উত্তৰঃ (খ) কাপৰ

২। কৰ্ষণ কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

(ক) কাপৰ

(খ) চৰুৰ

(গ) হালৰ

উত্তৰঃ (গ) হালৰ

৩। ৰন্ধন কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

(ক) চৰুৰ

(খ) কাপৰ

(গ) হালৰ

উত্তৰঃ (ক) চৰুৰ

৪। সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

(ক) কাপৰ

(খ) লাগতিয়াল আহিলাপাতিৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) লাগতিয়াল আহিলাপাতিৰ

৫। উদ্গতিৰ ঘাই আহিলা কি?

(ক) বিদ্যা

(খ) ৰন্ধন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বিদ্যা

৬। বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে?

(ক) ফৰকাল

(খ) বৃথা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বৃথা

৭। কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়?

(ক) লাগতিয়াল আহিলাপাতি যতনাই নল’লে

(খ) ৰন্ধন কাম কৰিলে

(গ) বিদ্যাৰে মন পোহৰাই ল’লে

উত্তৰঃ (গ) বিদ্যাৰে মন পোহৰাই ল’লে

৮। আগৰ কালত খ্যাতিমন্ত মানুহবিলাকো কেনেকুৱা আছিল?

(ক) ধনী আছিল

(খ) বৰ বিদ্যাৱন্ত আছিল

(গ) দুখীয়া আছিল

উত্তৰঃ (খ) বৰ বিদ্যাৱন্ত আছিল

৯। কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে?

(ক) লিখনি থাকিলেও

(খ) কাপ থাকিলেও

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) লিখনি থাকিলেও

১০। কৰ্ষণ শব্দৰ অৰ্থ কি?

(ক) নাম,সুখ্যাতি,যশস্যা

(খ) হাল

(গ) মাটি চাহ কৰা কাৰ্য

উত্তৰঃ (গ) মাটি চাহ কৰা কাৰ্য

১১। সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল?

(ক) ১৯৫৩ চনত

(খ) ১৯৭৭ চনত

(গ) ১৮৬০ চনত

উত্তৰঃ (গ) ১৮৬০ চনত

১২। সত্যনাথ বৰাৰ ক’ত জন্ম হৈছিল?

(ক) যোৰহাটত

(খ) গুৱাহাটীত

(গ) গড়গাৱঁত

উত্তৰঃ (খ) গুৱাহাটীত

১৩। তেখেত কিমান চনত ‘জোনাকী’ কাকতৰ সম্পাদক আছিল?

(ক) ১৯৩৩চনত

(খ) ১৯০২ চনত

(গ) ১৮৯৯ চনত

উত্তৰঃ (গ) ১৮৯৯ চনত

১৪। তেখেতৰ গীতৰ পুথিখনৰ নাম কি?

(ক) গীতাৱলী

(খ) সুৰভি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) গীতাৱলী

১৫। সাৰথি নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

(ক) মিত্ৰদেৱ মহন্তই

(খ) নলিনীবালা দেৱীয়ে

(গ) সত্যনাথ বৰায়ে

উত্তৰঃ (গ) সত্যনাথ বৰায়ে

১৬। তেখেতৰ এখন সমসাময়িক আলোচনীৰ নাম কি?

(ক) সাৰথি

(খ) বিজুলী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বিজুলী

১৭। আসাম বন্ধু নামৰ সমসাময়িক আলোচনীখন কোনে ৰচনা কৰিছিল?

(ক) মিত্ৰদেৱ মহন্তই

(খ) নলিনীবালা দেৱীয়ে

(গ) সত্যনাথ বৰায়ে

উত্তৰঃ (গ) সত্যনাথ বৰায়ে

১৮। বিদ্যা মানৱ মনৰ কি?

(ক) আহিলা

(খ) দীপ্তি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) দীপ্তি

১৯। সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ কিহৰ প্ৰয়োজন?

(ক) দক্ষতাৰ

(খ) বিদ্যাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) দক্ষতাৰ

২০। সত্যনাথ বৰাৰ কিমান চনত মৃত্যু হৈছিল?

(ক) ১৮৬০ চনত

(খ) ১৯৯৯ চনত

(গ) ১৯৫২ চনত

উত্তৰঃ (গ) ১৯৫২ চনত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop