🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Mallika Sankardev School | Chapter 11 | অহঙ্কাৰে পতন আনে | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 11

অহঙ্কাৰে পতন আনে

1. মানুহে কি আহৰণ কৰিলে সি নিজৰ আৰু পৰৰ কৰাণে দৰকাৰী আৰু ফলপ্ৰসু হ’ব পাৰে।

(ক)শক্তি

(খ)মুৰ্খ্য়মি

(গ)জ্ঞানি

উত্তৰঃ (গ)জ্ঞানি

2. ৰাম-শাস্ত্ৰী কোন আছিল।

(ক)ডকাইত

(খ)চুৰ

(গ)পণ্ডিত

উত্তৰঃ (গ)পণ্ডিত

3. তৰ্ক- বিতৰ্কত যিয়ে জিকিব তেওঁ কি লাভ কৰিব।

(ক)সন্মান

(খ)চাকৰি

(গ)শকত পৰিমাণৰ পুৰস্কাৰ

উত্তৰঃ (গ)শকত পৰিমাণৰ পুৰস্কাৰ

4. নাৱৰীৱাই নাওঁ কি কৰিব ধৰিলে।

(ক)কাটিবলৈ ধৰিলে

(খ)বাবলৈ ধৰিলে

(গ)বনাব ধৰিলে

উত্তৰঃ (খ)বাবলৈ ধৰিলে

5. বহল নৈখনৰ বুকুত গৈ থাকোতে শাস্ত্ৰীয়ে নাৱৰীয়াক কি সুধিলে।

(ক)তোমাৰ ঠাইত নাওঁ বাবলৈ আৰু বল-শক্তি আছেনে নাই

(খ)তুমি সংস্কৃত পঢ়ি পাইছানে নাই

(গ)তোমাৰ নাওঁখন কিমান বছৰ হ’ল

উত্তৰঃ (খ)তুমি সংস্কৃত পঢ়ি পাইছানে নাই

6. ৰামায়ণখন পঢ়ি পাইছানে নাই কোনে কাক সুধিলে।

(ক)নাওঁৰিৱায়ে শাস্ত্ৰীক সুধিলে

(খ)শাস্ত্ৰীয়ে নাৱৰিয়াক সুধিলে

(গ)নাৱৰিয়াই সন্ন্য়াসিক সুধিলে

উত্তৰঃ (খ)শাস্ত্ৰীয়ে নাৱৰিয়াক সুধিলে

7. নাৱৰীয়াই শাস্ত্ৰীক সাতুৰিব দিওঁতে শাস্ত্ৰীয়ে কি ক’লে।

(ক)মই সাতুৰিব নাজানো

(খ)তুমি জোৱা মই আহিম

(গ)মই সাতুৰিব জানো

উত্তৰঃ (ক)মই সাতুৰিব নাজানো

8. নাৱৰিয়াক কি বিদ্য়াই সদায় এটা জীৱিকা দি থাকিব।

(ক)ছবি অঁকা

(খ)হাতেৰে কলহ বনোৱা

(গ)সাতুৰা

উত্তৰঃ (গ)সাতুৰা

9. জোৰেৰে কি আহা বাবে টুলুঙা নাওঁখনক টুলুঙ ভুটুঙ কৰিবলৈ ধৰে।  

(ক)পানী ধৰ

(খ)মাছৰ জাক

(গ)বতাহ

উত্তৰঃ (গ)বতাহ

10. ৰাম শাস্ত্ৰী এডিঙি পানীত পৰি কি হ’ল।

(ক)বাচি গ’ল

(খ)শিলত লাগি মৰি গ’ল

(গ)উটি গ’ল

উত্তৰঃ (গ)উটি গ’ল

11. কোনে জীৱনৰ বেছিখিনি সময় শাস্ত্ৰ নপঢ়াকৈ নষ্ট কৰিলে।

(ক)ৰাম শাস্ত্ৰী

(খ)নাৱৰিয়াই

(গ)গাৱৰ মানুহে

উত্তৰঃ (খ)নাৱৰিয়াই

12. নাওঁৰ পৰা কোনে জাপ মাৰি দিলে।

(ক)ৰাম শাস্ত্ৰীয়ে

(খ)গাওঁৰ বুঢ়ায়ে

(গ)নাৱৰিয়াই

উত্তৰঃ (গ)নাৱৰিয়াই

13. অহঙ্কাৰে কি আনে।

(ক)ভাল ফল আনে

(খ)বেয়া ফল আনে

(গ)পতন আনে

উত্তৰঃ (গ)পতন আনে

14. ৰাম শাস্ত্ৰয়ে কি নজনা বাবে তেওঁ নৈৰ সোতত উটি গ’ল। 

(ক)সাতোৰিব নজনা বাবে

(খ)লিখা পঢ়া নজনা বাবে

(গ)নাওঁচলাব নজনা বাবে।

উত্তৰঃ (ক)সাতোৰিব নজনা বাবে

15. জ্ঞানে মানুহক কি হ’ব শিকাই।  

(ক)ভালমানুহ হোৱা দূৰ কৰি বেয়ামানুহ হ’বলৈ শিকাই

(খ)নম্ৰ হোৱা দূৰ কৰি অহংকাৰী হ’বলৈ শিকাই

(গ)আহংকাৰী হোৱা দূৰ কৰি নম্ৰ হ’বলৈ শিকাই

উত্তৰঃ (গ)আহংকাৰী হোৱা দূৰ কৰি নম্ৰ হ’বলৈ শিকাই

16. ৰাম-শাস্ত্ৰীয়ে কাক হাহিছিল।

(ক)গাওঁৰ বোঢ়াক

(খ)গাওঁৰ ৰাইজক

(গ)নাৱৰিয়াক

উত্তৰঃ (গ)নাৱৰিয়াক

17. নাওঁৰিয়াজনৰ নাওঁখনত যাত্ৰী কিমানজন আছিল।

(ক)সাতজন

(খ)এজন

(গ)দুজন

উত্তৰঃ (খ)এজন

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop