Class 7 Niti Mallika Sankardev School | Chapter 13 | সিংহ আৰু উটৰ কথা  | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 13

সিংহ আৰু উটৰ কথা

1. সাগৰদত্তয়ে কাৰ পিঠিত কাপোৰৰ বোজা দিলে। 

(ক)গাধ

(খ)সিংহ

(গ)উটৰ

উত্তৰঃ(গ)উটৰ

2. সদাগৰে কাক এৰি থৈ গ’ল। 

(ক)বাঘটোক

(খ)গাধটোক

(গ)উটটোক

উত্তৰঃ(গ)উটটোক

3. হাবিৰ সিংহটো নাম কি আছিল। 

(ক)বিকট

(খ)মদোৎকট

(গ)চিম্বা

উত্তৰঃ(খ)মদোৎকট

4. সিংহয়ে কাক অভয় দান দি ৰাখিলে। 

(ক)কাউৰীক

(খ)শিয়ালক

(গ)উটক

উত্তৰঃ(গ)উটক

5. সিংহয়ে কাৰ যুঁজ কৰিলে। 

(ক)বাবৰ লগত

(খ)দতাঁল হাতীৰ লগত

(গ)উটৰ লগত

উত্তৰঃ(খ)দতাঁল হাতীৰ লগত

6. কোন আঘাটপ্ৰাপ্ত হ’ল। 

(ক)গড়

(খ)সিংহ

(গ)দতাঁল হাতী

উত্তৰঃ(খ)সিংহ

7. সিংহয়ে কাক হত্য়া কৰিলে ইহকাল-পৰকাল, নৰকাল পাব গৈ। 

(ক)বাঘটোক

(খ)শিয়ালটোক

(গ)উটক

উত্তৰঃ(গ)উটক

8. উটক বাঘ, সিংহ, কাউৰী আৰু শিয়ালে কি কৰি মাৰিলে।  

(ক)হাহি ধেমালি কৰি

(খ)বুদ্ধি কৰি

(গ)যুজ কৰি

উত্তৰঃ(খ)বুদ্ধি কৰি

9. বাঘে কাৰ পেট ফালিলে। 

(ক)উটৰ পেট

(খ)হাতীৰ পেট

(গ)হৰিণা পেট

উত্তৰঃ(ক)উটৰ পেট

10. কিহৰ মাংসৰ মহাভোজ কৰিলে। 

(ক)হাতীৰ মাংসয়ে

(খ)জিৰাফৰ

(গ)উটৰ

উত্তৰঃ(গ)উটৰ

11. সদাগৰে কেইটা উটৰ পিঠিত কাপোৰৰ বোজা পিনিছিল।  

(ক)দহটা উটৰ পিঠিত

(খ)দুশটা উটৰ পিঠিত

(গ)এশটা উটৰ পিঠিত

উত্তৰঃ(গ)এশটা উটৰ পিঠিত

12. উটটো মাৰিবলৈ বুদ্ধি কোনে দিছিল।

(ক)শিয়ালে

(খ)কাউৰীয়ে

(গ)বাঘে

উত্তৰঃ(ক)শিয়ালে

13. শিয়ালৰ বুদ্ধিটোত মান্তি কোনে হৈছিল।

(ক)সিংহয়ে

(খ)বাঘে

(গ)বান্দয়ে

উত্তৰঃ(ক)সিংহয়ে

14. উটটোক অভয় দান কোনে কৰিছিল।

(ক)সদাগৰে দান কৰিছিল

(খ)কাউৰিটোৱে দান কৰিছিল

(গ)সিংহয়ে দান কৰিছিল

উত্তৰঃ(গ)সিংহয়ে দান কৰিছিল

15. হাতীৰ দাঁতৰ খোচত আঘাতপ্ৰাপ্ত হৈ কাৰ গাঁতত পৰি থাকিল। 

(ক)নিজৰ গাঁতত

(খ)শিয়ালৰ গাতত

(গ)বাঘৰ গাতত

উত্তৰঃ(ক)নিজৰ গাঁতত

16. উটক কোনে পৰিচয় দিছিল।

(ক)কাউৰায়ে

(খ)বাঘেই

(গ)শিয়ালেই

উত্তৰঃ(খ)বাঘেই

17. এই পাঠটোৰ পৰা আমি কি শিকিলো।

(ক)যে সদায় আমি আতমত্য়াগ দিব লাগে

(খ)সদায় আমি আনক সহায় কৰিব লাগে

(গ)দুৰ্জ্জনৰ চলনাত নিৰিহ মানুহৰ সদায় বিপদ ঘটে

উত্তৰঃ(গ)দুৰ্জ্জনৰ চলনাত নিৰিহ মানুহৰ সদায় বিপদ ঘটে

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop