🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Mallika Sankardev School | Chapter 14 | ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধিৰ কথা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 14

ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধিৰ কথা

1. সাউদৰ পুতেক দুজনৰ নাম কি আছিল।    

(ক)ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি

(খ)কৃষ্ণ আৰু ৰাম

(গ)ধৰ্মবীৰ আৰু বলবীৰ

উত্তৰঃ(ক)ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি

2. ধন ঘটিবলৈ ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি দুইজন কি কৰা ঠিক কৰিলে। 

(ক)চহৰত যোৱা ঠিক কৰিলে

(খ)দোকান খোলা ঠিক কৰিলে

(গ)চুৰি কৰা ঠিক কৰিলে

উত্তৰঃ(ক)চহৰত যোৱা ঠিক কৰিলে

3. ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি কাৰ পৰা আশীৰ্বাদ লৈ বিদেশলৈ বুলি যাত্ৰা কৰিলে।

(ক)খুৰা-খুৰিৰ

(খ)ককাক-আইতাকৰ

(গ)পিতৃ-মাতৃৰ

উত্তৰঃ(গ)পিতৃ-মাতৃৰ

4.  ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি বহুদূৰ বাট যোৱাৰ পিছত সিহঁতৰ সৌভাগ্য়ৰ গুণত সিহতে কি পালে। 

(ক)পইচাৰ বাকচ

(খ)একলহ সোণৰ মোহৰ

(গ)হিৰা

উত্তৰঃ(খ)একলহ সোণৰ মোহৰ

5.  ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি সোণৰ মোহা গণিপিতি লৈ কিমান পালে।

(ক)পাঁচ হাজাৰ সোণৰ মোহা

(খ)এহাজাৰ সোণৰ মোহা

(গ)তিনি হাজাৰ সোণৰ মোহা

উত্তৰঃ(খ)এহাজাৰ সোণৰ মোহা

6. ধনৰ খবৰ পালে কিহে বিপদ কৰিব পাৰে। 

(ক)পুলিচে

(খ)ডকাইতে

(গ)চুৰে

উত্তৰঃ(গ)চুৰে

7. সোণৰ কলহটোত কিমানখিনি মোহৰ দেখিছিল। 

(ক)ভৰ্তি হৈ থকা দেখিছিল

(খ)আধাকৈ বেছি দেখিছিল

(গ)আধাকৈ কম দেখিছিল

উত্তৰঃ(ক)ভৰ্তি হৈ থকা দেখিছিল

8.  ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি কোন আছিল।

(ক)শত্ৰু আছিল

(খ)বন্ধু আছিল

(গ)ককাইক- ভাইক আছিল

উত্তৰঃ(খ)বন্ধু আছিল

9. টকাৰ অভাৱ কাৰ হৈছিল। 

(ক)ধৰ্মবুদ্ধি

(খ)পাপবুদ্ধি

(গ)ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি দুয়োটা

উত্তৰঃ(খ)পাপবুদ্ধি

10.  ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি দুয়ো কাজিয়া কৰি কাৰ ওচৰ পালেগৈ। 

(ক)সাউদৰ

(খ)বনদেবতা

(গ)বিচাৰকৰ

উত্তৰঃ(গ)বিচাৰকৰ

11. কাৰ কথামতে বাকীখিনি টকা বনৰ মাজত গাঁতত পুতি থৈ গ’ল। 

(ক)ধৰ্মবুদ্ধি কথাৰ মতে

(খ)পাপবুদ্ধিৰ কথা মতে

(গ)বাপেকৰ কথা মতে

উত্তৰঃ(খ)পাপবুদ্ধিৰ কথা মতে

12. পাপবুদ্ধি আৰু ধৰ্মবুদ্ধি ১০০০ সোণৰ মোহৰ পৰা কিমান ঘৰলৈ আনিলে।

(ক)২০০ সোনৰ মোহৰ

(খ)৩০০ সোনৰ মোহৰ

(গ)৮০০ সোনৰ মোহৰ

উত্তৰঃ(ক)২০০ সোনৰ মোহৰ

13. পাপবুদ্ধি আৰু ধৰ্মবুদ্ধি সোণৰ মোহৰখিনি ক’ত থৈছিল। 

(ক)বাকচৰ ভিতৰত

(খ)ডাঙৰ সমীধ গছৰ অলপ আঁতৰত গাঁত এটাত পুতি থৈছিল

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ)ডাঙৰ সমীধ গছৰ অলপ আঁতৰত গাঁত এটাত পুতি থৈছিল

14. পাপবুদ্ধিয়ে মনে মনে কিমান সোণৰ মোহৰ উঠাই আনিলে। 

(ক)৫০০ সোণৰ মোহৰ

(খ)৬০০ সোণৰ মোহৰ

(গ)৭০০ সোণৰ মোহৰ

উত্তৰঃ(খ)৬০০ সোণৰ মোহৰ

15. ষড়যন্ত্ৰ কোনে কৈছিল। 

(ক)পাপবুদ্ধিয়ে

(খ)ধৰ্মবুদ্ধিয়ে

(গ)বনদেৱতায়ে

উত্তৰঃ(ক)পাপবুদ্ধিয়ে

16. সমীধ গছত কাক ফাঁচি দিয়া হৈছিল। 

(ক)ধৰ্মবুদ্ধিক

(খ)পাপবুদ্ধিক

(গ)ধৰ্মবুদ্ধি আৰু পাপবুদ্ধিক দুয়োটাকে

উত্তৰঃ(খ)পাপবুদ্ধিক

17. গতিকে অতি কি মানুহ গলত ফাচি লাগে।

(ক)জ্ঞানি মানুহ

(খ)বুদ্ধিয়ক মানুহ

(গ)মূৰ্খ্য় মানুহ

উত্তৰঃ(খ)বুদ্ধিয়ক মানুহ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop