Class 7 Niti Mallika Sankardev School | Chapter 15 | এন্দুৰ আৰু হাতীৰ কথা  | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 15

এন্দুৰ আৰু হাতীৰ কথা

1. ক’ত এন্দুৰে পুৰুষানুক্ৰমে বাস কৰিছিল।  

(ক)আফ্ৰিকাৰ মাটিত

(খ)কাৰিৰঙাৰ মাটিত

(গ)এৰাবাৰী ঘৰৰ ভেটিত

উত্তৰঃ (গ)এৰাবাৰী ঘৰৰ ভেটিত

2. হাতীৰ গছকত কি হ’ল। 

(ক)শ শ এন্দুৰ চেপেটা হৈ গ’ল

(খ)শ শ এন্দুৰৰ ঘৰ ভাঙি গ’ল

(গ)শ শ এন্দুৰৰ আহাৰ নষ্ট হ’ল

উত্তৰঃ (ক)শ শ এন্দুৰ চেপেটা হৈ গ’ল

3. হাতীবোৰ কেনেকুৱা।

(ক)উষ আৰু ক্ষীন

(খ)শকত আৰু সৰু

(গ)বলবান আৰু মহান

উত্তৰঃ (গ)বলবান আৰু মহান

4. এন্দুৰ বোৰ কেনেকুৱা আছিল। 

(ক)ডাঙৰ আৰু বিশ্বাল

(খ)শকত আৰু জাঙৰ

(গ)ক্ষুদ্ৰ আৰু নিছলা

উত্তৰঃ (গ)ক্ষুদ্ৰ আৰু নিছলা

5. হাতীৰ বেৰে এন্দুৰে বাস কৰি থকা ভেটিৰ ওপৰেৰে যোৱাৰ বাবে হেজাৰ হেজাৰ কি মৰি নাশ হ’ল। 

(ক)পোক পতংগ

(খ)এন্দুৰ

(গ)কাছ

উত্তৰঃ (খ)এন্দুৰ

6. কিহেদি হাতিবোৰ এটাকৈ এটাকৈ বান্ধী থলে। 

(ক)কোপোৰৰ ৰছীৰে

(খ)ক্ষীন আৰু পাতলা ৰছীৰে

(গ)ডাঙৰ ৰছীৰে

উত্তৰঃ (গ)ডাঙৰ ৰছীৰে

7. এন্দুৰৰ দলে কিহক কুটিলে। ়

(ক)ডাঙৰ ৰছীক

(খ)সৰু ৰছীক

(গ)জালক

উত্তৰঃ (ক)ডাঙৰ ৰছীক

8. এন্দুৰ বোৰে কাক মুকলি কৰি দিলে। 

(ক)সাপক

(খ)বাঘক

(গ)হাতিক

উত্তৰঃ (গ)হাতিক

9. এদিন হাতীবোৰে কি কাৰণে এন্দুৰবোৰৰ বাস কৰি থকা ভেটিবোৰ গছকি ওপৰেৰে গ’ল। 

(ক)খেলিবলৈ

(খ)বোকাত লেটি পিতি হবলৈ

(গ)পানী খাবলৈ আৰু গা ধুবলৈ

উত্তৰঃ (গ)পানী খাবলৈ আৰু গা ধুবলৈ

10. এন্দুৰবিলাকৰ কথা শুনি কোনে অন্য় বাটেৰে যাবলৈ সন্মত হ’ল। 

(ক)হাতীৰ মহাৰাজ

(খ)হাতীৰ দলপতি

(গ)হাতীৰ জেষ্ঠজন

উত্তৰঃ (খ)হাতীৰ দলপতি

11. এন্দুৰবিলাকৰ পো, জী, নিতি আদি বাঢ়ি কিমান হ’ল গৈ। 

(ক)শ শ হ’ল গৈ

(খ)হাজাৰ হাজাৰ হ’ল গৈ

(গ)লাখ লাখ হ’ল গৈ

উত্তৰঃ (খ)হাজাৰ হাজাৰ হ’ল গৈ

12. এন্দুৰ বিলাক থকা ঠাইত অলপ দূৰত কি আছিল। 

(ক)সাগৰ আছিল

(খ)নলা আছিল

(গ)সৰোবৰ আছিল

উত্তৰঃ (গ)সৰোবৰ আছিল

13. মানুহ নথকাৰ বাবে এন্দু থকাৰ ঠাইখিনি কি হৈ গৈছিল। 

(ক)অৰণ্য় হৈ গৈছে

(খ)চহৰ হৈ গৈছে

(গ)গাওঁ হৈ গৈছে

উত্তৰঃ (ক)অৰণ্য় হৈ গৈছে

14. এন্দুৰ বোৰে বাস কৰা ঠাইৰ পৰা পিছু দূৰত কেনেকুয়া অৰণ্য় আছে।

(ক)ডাঙৰ অৰণ্য় আছিল

(খ)সৰু আছিল

(গ)মাংসভোজী প্ৰাণী নথকা অৰণ্য় আছিল

উত্তৰঃ (ক)ডাঙৰ অৰণ্য় আছিল

15. অৰণ্য় খনত কি প্ৰাণীৰ জাকে বাস কৰি আছিল। 

(ক)জিৰাফৰ জাকে

(খ)বনৰীয়া বহৰ জাকে

(গ)হাতীৰ জাকে

উত্তৰঃ (গ)হাতীৰ জাকে

16. এন্দুৰকেইটা হাতীপালৰ দলপতিক কি জনালে। 

(ক)যুদ্ধ প্ৰস্তাৱ জনালে

(খ)সেৱা জনালে

(গ)যুদ্ধত পৰাজয় হ’বলৈ জনালে

উত্তৰঃ (খ)সেৱা জনালে

17. এন্দুৰবিলাকৰ কথা শুনি হাতীৰ দলপতিয়ে কি কৰিলে।  

(ক)এন্দুৰবিলাকৰ লগত যুদ্ধ কৰিলে

(খ)ষড়যন্ত্ৰ ৰচিলে

(গ)অন্য় বাটেৰে যাবলৈ সন্মত হ’ল

উত্তৰঃ (গ)অন্য় বাটেৰে যাবলৈ সন্মত হ’ল

0
    0
    Your Cart
    Your cart is emptyReturn to Shop