🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Mallika Sankardev School | Chapter 2 | দৰ্পচূৰ্ণ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 2

দৰ্পচূৰ্ণ

1. সৃষ্টিৰ পাতনিৰে পৰা দেৱতা আৰু অসুৰসকলৰ মাজত কি চলি আহিছে।

(ক)মিলা-পিতি

(খ)যুদ্ধ-বিগ্ৰহ

(গ)হাহি-ধেমালি

উত্তৰঃ (খ)যুদ্ধ-বিগ্ৰহ

2. দেৱতা আৰু অসুৰসকলৰ মাজত চলি থকা সংগ্ৰামটোক কি নামেৰে জনা যায়ে।

(ক)মৰমৰ সংগ্ৰাম

(খ)যুদ্ধ সংগ্ৰাম

(গ)দেৱাসুৰ সংগ্ৰাম

উত্তৰঃ (গ)দেৱাসুৰ সংগ্ৰাম

3. অসুৰসকল কি গুণৰ প্ৰতিক বুলি জনা যায়ে।

(ক)সদ্ গুণৰ

(খ)দুৰ্গুণৰ

(গ)ভালগুণৰ

উত্তৰঃ (খ)দুৰ্গুণৰ

4. এই যুদ্ধৰ পিছত দেৱতা সকলৰ মনত কি উপজিল যে তেওঁলোক বৰ শক্তিশালী।

(ক)মৰম

(খ)অহংকাৰ

(গ)হিংসা

উত্তৰঃ (খ)অহংকাৰ

5. যক্ষই  কি বস্তু পৱনদেৱৰ সন্মুখলৈ আগবঢ়াই দিছিল।

(ক)সাধাৰণ এডাল খৰিকা

(খ)ডাঙৰ কাঠ

(গ)ডাঙৰ বৃক্ষ এডাল

উত্তৰঃ (ক)সাধাৰণ এডাল খৰিকা

6. বৰুণদেৱে যক্ষক কি কৰিবলৈ উদ্য়ত হ’ল।

(ক)যুদ্ধ কৰিবলৈ

(খ)মিলা-পিতি কৰিবলৈ

(গ)বধ কৰিবলৈ

উত্তৰঃ (গ)বধ কৰিবলৈ

7. যক্ষই কি বস্তু মহাৰাজৰ সন্মুখলৈ আগবঢ়ালে।

(ক)সৰু সৰীকা

(খ)মতা কাঠ

(গ)ঘাঁহএডাল

উত্তৰঃ (গ)ঘাঁহএডাল

8. বৰুণদেৱে কি হয় তাৰ পৰা উভতি আহিল।

(ক)দুখি হৈ

(খ)সুখি হৈ

(গ)নিৰাশ হৈ

উত্তৰঃ (গ)নিৰাশ হৈ

9. দেৱৰাজ ইন্দ্ৰই স্বয়ং ক’ৰ পৰা নামি আহিল।

(ক)সিংহাসনৰ পৰা

(খ)চকীৰ পৰা

(গ)ওপৰ পৰা

উত্তৰঃ (ক)সিংহাসনৰ পৰা

10. মহাৰাজ ইন্দ্ৰক অহা দেখি যক্ষ কি হৈ পৰিল।  

(ক)শক্তিশালী হৈ পৰিল

(খ)আদৃশ্য় হৈ পৰিল

(গ)বেলেগ ৰূপত হৈ পৰিল

উত্তৰঃ (খ)আদৃশ্য় হৈ পৰিল

11. দেৱতাসকল  কি গুণৰ আছিল। 

(ক)বেয়াগুণ

(খ)দুগুণৰ

(গ)সদ্ গুণৰ

উত্তৰঃ (গ)সদ্ গুণৰ

12. দেৱতাৰ অহংকাৰ দমন কৰিবলৈ সৰ্বশক্তিশালি পৰমেশ্বৰে স্বয়ং কাৰ ৰূপ লৈ আহিছিল।   

(ক)অগ্নিদেৱৰ

(খ)যক্ষৰ

(গ)ইন্দ্ৰদেৱৰ

উত্তৰঃ (খ)যক্ষৰ

13. যুদ্ধত দেৱতা সকলে কি গম পালে। 

(ক)দেৱতা বিলাক এটা এটাকৈ পৰাজয় হৈছে

(খ)অসুৰবিলাক এটা এটাকৈ পৰাজয় হৈছে

(গ)কোনো শক্তিশালী অসুৰ বাচী গল

উত্তৰঃ (গ)কোনো শক্তিশালী অসুৰ বাচী গল

14. পৱনদেৱৰ পিছত যক্ষৰ ওচৰত কোন গৈছিল। 

(ক)অগ্নিদেৱ

(খ)ইন্দ্ৰদেৱ

(গ)বৰুণদেৱ

উত্তৰঃ (গ)বৰুণদেৱ

15. বৰুণদেৱে নিজকে কি বুলি ভাবিছিল। 

(ক)গাত শক্তি নাইকিয়া

(খ)অসুষ্ট

(গ)শ্ৰেষ্ঠ

উত্তৰঃ (গ)শ্ৰেষ্ঠ

16. দেৱৰাজ ঈন্দ্ৰ কোন আছিল।

(ক)ভগৱানৰ মহাৰাজ আছিল

(খ)অসুৰসকলৰ মহাৰাজ আছিল

(গ)এখন ৰাজ্য়ৰ মহাৰাজ আছিল

উত্তৰঃ (ক)ভগৱানৰ মহাৰাজ আছিল

17. পৱন দেৱ কোন আছিল। 

(ক)ভগৱান আছিল

(খ)অসুৰআছিল

(গ)মানুহ আছিল

উত্তৰঃ (ক)ভগৱান আছিল

18. বৰুণদেৱে কি আনিব পাৰো বুলি কৈছিল। 

(ক)পলয় আনিব পাৰো বুলি কৈছিল

(খ)বাঘ আনিব পাৰো বুলি কৈছিল

(গ)সিংহ আনিব পাৰো বুলি কৈছিল

উত্তৰঃ(ক)পলয় আনিব পাৰো বুলি কৈছিল

19. কোনে যক্ষক জুইত পৰি ভষ্ম কৰি পেলাম।   

(ক)অগ্নিদেৱে

(খ)বৰুণদেৱে

(গ)পৱণদেৱে

উত্তৰঃ(ক)অগ্নিদেৱে

20. অগ্নিদেৱতা নামি আহোতে দেৱৰাজ ইন্দ্ৰ স্বয়ং কৰ পৰা নামি আহিছিল।

(ক)চকিৰ পৰা

(খ)বিচনাৰ পৰা

(গ)সিংহাসনৰ পৰা

উত্তৰঃ(গ)সিংহাসনৰ পৰা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop