🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Mallika Sankardev School | Chapter 3 | ৰাষ্ট্ৰ-দীপ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 3

ৰাষ্ট্ৰ-দীপ

1. আশ্ৰমত কি পোহৰ দেখা গৈছে।

(ক)বাল্বৰ

(খ)চাকিৰ

(গ)ম’ম

উত্তৰঃ (খ)চাকিৰ

2. গুৰুদেৱ চানক্য় ক’ত বাস কৰে।

(ক)গছত

(খ)ৰাজমহলত

(গ)হাবিৰ এটা জুপুৰি ঘৰত

উত্তৰঃ (গ)হাবিৰ এটা জুপুৰি ঘৰত

3. সম্ৰাটে গুৰুদেৱ চাণক্য়ক কি কৰিব বিচাৰে।

(ক)যুদ্ধ

(খ)দৰ্শন

(গ)অপমান

উত্তৰঃ (খ)দৰ্শন

4. গুৰুদেৱ চাণক্য় পথ-প্ৰদৰ্শক কি কৈছিল।

(ক)আদৰ-সন্মান জনাই ভিৰতৈ অনা হওঁক।

(খ)অপমান কৰি পঠিয়া দিয়াহক।

(গ)ভেদ দিয়া হক।

উত্তৰঃ (ক)আদৰ-সন্মান জনাই ভিৰতৈ অনা হওঁক।

5. এই ঘোৰ ৰাতি আৰু ভয়ানক হাবিলৈ অহাৰ প্ৰয়োজন কি সম্ৰাট, “এই কথাষাৰ কোনে কৈছিল।

(ক)পথ-প্ৰদৰ্শক

(খ)চাণক্য়

(গ)ছেলুকছ

উত্তৰঃ (খ)চাণক্য়

6. কোনে কাৰ চৰ্ত গ্ৰহণ কৰিব।

(ক)পথ-প্ৰদৰ্শকে ছেলকুছৰ চৰ্ত গ্ৰহণ কৰে

(খ)চাণক্য় ছেলকুছৰ চৰ্ত গ্ৰহণ কৰে

(গ)ছেলকুছে চাণক্য় চৰ্ত গ্ৰহণ কৰে

উত্তৰঃ (গ)ছেলকুছে চাণক্য় চৰ্ত গ্ৰহণ কৰে

7. চাণক্য় কোন আছিল।

(ক)গুৰু আছিল

(খ)সৈনিক আছিল

(গ)মন্ত্ৰী আছিল

উত্তৰঃ (ক)গুৰু আছিল

8. দেশৰ শান্তী ৰক্ষাৰ বাবে কি ওপৰত নিয়ন্ত্ৰণ পাবলৈ শাস্ত্ৰৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে।

(ক)অস্ত্ৰ-শস্ত্ৰৰ

(খ)শিক্ষা

(গ)স্বিকাৰ

উত্তৰঃ (ক)অস্ত্ৰ-শস্ত্ৰৰ

9. ছেলকুছে চাণক্য় লগত কি কথা পাতিবলৈ বিচাৰে।

(ক)ব্য়াক্তিগত কথা

(খ)মিলা-পিতি কথা

(গ)যুদ্ধ কথা

উত্তৰঃ (ক)ব্য়াক্তিগত কথা

10. ছেলকুছে কি কৰিব জানে।

(ক)মিলা-পিতি কৰিব জানে

(খ)মৰম বিলাব জানে

(গ)যুদ্ধ কৰিব জানে

উত্তৰঃ (গ)যুদ্ধ কৰিব জানে

11. মহামাত্য় পদ আজিকালি  কি নামেৰে জনা যায়। 

(ক)মুখ্য়মন্ত্ৰি নামেৰে জনা যায়

(খ)ৰাষ্টপতি নামেৰে জনা যায়

(গ)প্ৰধানমন্ত্ৰী নামেৰে জনা যায়

উত্তৰঃ (গ)প্ৰধানমন্ত্ৰী নামেৰে জনা যায়

12. ছেলকুছে কেবল কি কৰিবলৈ জানে। 

(ক)হাহি ধেমালিহে কৰিবলৈ জানে

(খ)ধেনু চলাবহে জানে

(গ)যুদ্ধ কৰিবলৈহে জানে

উত্তৰঃ (গ)যুদ্ধ কৰিবলৈহে জানে

13. ভাৰতৰ  আৰু গ্ৰীচৰ মাজত কি স্থাপন হ’ল। 

(ক)শত্ৰুতা

(খ)মিলা-পিতি

(গ)বন্ধু্ত্ব আৰু সম্বন্ধ

উত্তৰঃ (গ)বন্ধু্ত্ব আৰু সম্বন্ধ

14. গুৰুকূলত কি বিদ্য়া শিকাইছিল। 

(ক)স্বিকাৰ কৰা বিদ্য়া

(খ)গান গোৱা বিদ্য়া

(গ)অস্ত্ৰ-শস্ত্ৰৰ বিদ্য়া

উত্তৰঃ (গ)অস্ত্ৰ-শস্ত্ৰৰ বিদ্য়া

15. চাকিটো কোনে নোমোয়াছিল।

(ক)পথ-পদৰ্শকে

(খ)ছেলকুছে

(গ)চাণক্য়য়ে

উত্তৰঃ (গ)চাণক্য়য়ে

16. ছেলকুছ কোন আছিল।

(ক)সম্ৰাটৰ ৰজা আছিল।

(খ)খোতিয়ক আছিল

(গ)গৰু ৰখীয়া আছিল

উত্তৰঃ (ক)সম্ৰাটৰ ৰজা আছিল।

17. চাণক্য় কোণ আছিল।

(ক)পশুপালন আছিল

(খ)গুৰু আছিল

(গ)বৈজ্ঞানিক আছিল

উত্তৰঃ (খ)গুৰু আছিল

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop