Class 7 Niti Mallika Sankardev School | Chapter 4 | ৰাজকোঁৱৰ ধ্ৰুৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 4

ৰাজকোঁৱৰ ধ্ৰুৱ

1. উত্তৰ ভাৰতৰ এটা বিশাল অংশত কি নামৰ ৰজাই ৰাজত্ব কৰিছিল।

(ক)ধ্ৰুৱ

(খ)উত্তানপাদ

(গ)ভৰত

উত্তৰঃ (খ)উত্তানপাদ

2. মহাৰাজ উত্তানপাদৰ কেই জনী পত্নী আছিল।

(ক)তিনি জনী

(খ)দুজনী

(গ)চাৰি জনী

উত্তৰঃ (খ)দুজনী

3. মহাৰাজ উত্তানপাদৰ প্ৰথমাজনী কেনেকুৱা আৰু দ্বিতীয়া জনী কেনেকুৱা আছিল।

(ক)প্ৰথামাজনী অতি ধৰ্মভীৰু আৰু দ্বিতীয়া জনী বৰ ঈৰ্ষাপৰায়ণা আছিল

(খ)প্ৰথামাজনী অতি মৰমিয়াল আছিল আৰু দ্বিতীয়া জনী বৰ দুষ্ট প্ৰকৃতি আছিল

(গ)প্ৰথামাজনী অতি খঙাল আছিল আৰু দ্বিতীয়াজনী বৰ হাহী- ধেমালি আছিল

উত্তৰঃ (ক)প্ৰথামাজনী অতি ধৰ্মভীৰু আৰু দ্বিতীয়া জনী বৰ ঈৰ্ষাপৰায়ণা আছিল

4. ৰজাই কোনজনী পত্নীক বেছি ভাল পাইছিল।

(ক)প্ৰথমজনীক

(খ)দ্বিতীয় জনীক

(গ)তিতৃয় জনীক

উত্তৰঃ (খ)দ্বিতীয় জনীক

5. মহাৰাজ উত্তানপাদৰ প্ৰথমাজনীৰ পুত্ৰ নাম কি আছিল।

(ক)বৈষ্ণৱ

(খ)লিংগন

(গ)ধ্ৰুৱ

উত্তৰঃ (গ)ধ্ৰুৱ

6. মনৰ দুখত সনীতিয়ে ধ্ৰুৱক লৈ ৰাজপ্ৰাসাদৰ পৰা ওলাই গৈ ক’ত থাকিবলৈ ল’লে।

(ক)জুপুৰি ঘৰত

(খ)ৰাজমহলৰ মুখ্য় দুৱাৰত

(গ)নগৰৰ দাঁতিত

উত্তৰঃ (গ)নগৰৰ দাঁতিত

7. সৰুৰে পৰাই মাকে ধ্ৰুৱক কি দিছিল।

(ক)ভাল শিক্ষা-দীক্ষা দিছিল

(খ)বেয়া শিক্ষা -দিক্ষা দিছিল

(গ)অস্ত্ৰ-শাস্ত্ৰ দিছিল

উত্তৰঃ (ক)ভাল শিক্ষা-দীক্ষা দিছিল

8. ধ্ৰুৱই পিতাকক লগ পাবৰ বাবে ক’ত আহিছিল।

(ক)ৰাস্তাত

(খ)পথাৰত

(গ)ৰাজপ্ৰসাদলৈ

উত্তৰঃ (গ)ৰাজপ্ৰসাদলৈ

9. ধ্ৰুৱি দৌৰি গৈ ৰজাৰ ক’ত বহিব খুজিছিল।

(ক)চকীত

(খ)কোলাত

(গ)সিংহাখনত

উত্তৰঃ (খ)কোলাত

10. সুনীতিয়ে মনত কি পালে।

(ক)বৰ আঘাট পালে

(খ)বৰ দুখ পালে

(গ)বৰ সুখ পালে

উত্তৰঃ (খ)বৰ দুখ পালে

 11. প্ৰতিদিনে যথা নিয়মে ৰাজকোমাৰ ধ্ৰুৱই কি কৰিছিল। 

(ক)খেলা ধোলা কৰিছিল

(খ)ভগৱানৰ পূজা-আৰ্জনা কৰিছিল

(গ)বাল কিতাপ পঢ়িছিল

উত্তৰঃ (খ)ভগৱানৰ পূজা-আৰ্জনা কৰিছিল

12. ধ্ৰৱই ক’ত যায় ধ্য়ান কৰিলে। 

(ক)পাহাৰত

(খ)নিজৰাত পানী বৈ শিলত

(গ)অৰণ্য়ৰ মাজত

উত্তৰঃ (গ)অৰণ্য়ৰ মাজত

13. ধ্ৰুৱই নাৰায়ণৰ পৰা কি বৰ বিচাৰিলে। 

(ক)সি সকলোতকৈ বলবান হৈ যাওঁক

(খ)সি অমৰ হৈ যাওঁক

(গ)দেউতাকৰ কোলাত উঠা অধিকাৰ পায় যেন

উত্তৰঃ (গ)দেউতাকৰ কোলাত উঠা অধিকাৰ পায় যেন

14. ধ্ৰুৱই কাক ধ্য়ান কৰিম বুলি গৈছিল।

(ক)মহাদেৱক

(খ)ব্ৰহ্মাক

(গ)নাৰায়ণক

উত্তৰঃ (গ)নাৰায়ণক

15. ৰজা উত্তানপাদে কাক ৰজা বনালে।

(ক)দ্বিতীয়াজনীৰ পুতেকক

(খ)প্ৰথমাজনী পুতেকক

(গ)তৃতীয়াজনীৰ পুতেকক

উত্তৰঃ (খ)প্ৰথমাজনী পুতেকক

16. মাকৰ পৰা নানান আখ্য়ান শুনি ধ্ৰুৱ কাৰ ওপৰত শ্ৰদ্ধা উপজিল।

(ক)অসুৰসকলৰ ওপৰত

(খ)ভগৱানৰ ওপৰত

(গ)পশু-পক্ষী ওপৰত

উত্তৰঃ

17. ধ্ৰুৱৰ দেউতাক কাৰ পুত্ৰ আছিল।

(ক)মহাৰাজ উত্তানপাদ

(খ)খেতিয়কৰ

(গ)ডকাইটৰ

উত্তৰঃ (ক)মহাৰাজ উত্তানপাদ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping