Class 7 Niti Mallika Sankardev School | Chapter 6 | অধ্য়ৱসায় – সফলতাৰ গুপ্ত কৌশল | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 6

অধ্য়ৱসায় – সফলতাৰ গুপ্ত কৌশল

1. সমু আৰু ৰাজু কোন আছিল।

(ক)ডক্টৰ আছিল

(খ)পুলিচ আছিল

(গ)খেতিয়ক আছিল

উত্তৰঃ(গ)খেতিয়ক আছিল

2. ছোৱালিজনী পথাৰলৈ গ’ল, কিন্তু তাত কাক দেখা নাপালে।

(ক)তাইৰ দেউতাকক

(খ)তাইৰ মাকক

(গ)তাইৰ ভাইকক

উত্তৰঃ(ক)তাইৰ দেউতাকক

3. ৰাজু কেনেকুৱা স্ৱভাৱৰ খেতিয়ক আছিল।

(ক)পৰিশ্ৰমী আছিল

(খ)কঠোৰ আছিল

(গ)সাৰোপ আছিল

উত্তৰঃ(গ)সাৰোপ আছিল

4. কি কাম হ’লেহে সমুয়ে ঘৰলৈ যাব।

(ক)পানী কঢ়িয়াৱে কাম হ’লে

(খ)নলা খন্দা কাম হ’লে

(গ)হালবোৱা কাম হ’লে

উত্তৰঃ(খ)নলা খন্দা কাম হ’লে

5. সমুক ভাত খাবলৈ কোনে মাতিবলৈ আহিছিল।

(ক)ৰাজুৱে

(খ)সমুৰ ছোৱালিজনিয়ে

(গ)সমুৰ ঘৈণিয়েকজনীয়ে

উত্তৰঃ(খ)সমুৰ ছোৱালিজনিয়ে

6. নলাইদি লাহে লাহে পানি অহা দেখি সমুৰ মনত কি হ’ল। 

(ক)দুখ হ’ল

(খ)অহঙ্কাৰ হ’ল

(গ)আনন্দিত হ’ল

উত্তৰঃ(গ)আনন্দিত হ’ল

7. সূৰ্য্য় অস্ত যোৱাৰ পিছত সমুৱে কি পোহৰত খান্দি থাকিল।

(ক)চাকিৰ পোহৰত

(খ)লেম্পৰ পোহৰত

(গ)জোনৰ পোহৰত

উত্তৰঃ(গ)জোনৰ পোহৰত

8. দুঘন্টাৰ  মূৰত সমুৰ উদ্দেশ্য় কি হ’ল।

(ক)সফল হ’ল

(খ)অসফল হ’ল

(গ)সফল হ’ব উলাইছিল

উত্তৰঃ(ক)সফল হ’ল

9. খন্দা নলাইদি লাহে লাহে নৈৰ পানী কাৰ পথাৰলৈ বৈ আহিল।

(ক)ৰাইজৰ পথাৰলৈ

(খ)সমুৰ পথাৰলৈ

(গ)ৰাজু পথাৰলৈ

উত্তৰঃ(খ)সমুৰ পথাৰলৈ

10. কি অভাৱত ৰাজু খেতি পথাৰৰ শস্য়বোৰ লেৰেলি গ’ল।

(ক)সূৰ্যৰ পোহৰৰ অভাৱত

(খ)জোনৰ পোহৰৰ অভাৱত

(গ)পানীৰ অভাৱত

উত্তৰঃ(গ)পানীৰ অভাৱত

11. কি অভাৱত শস্য়বোৰ লেৰেলি গৈছে।

(ক)সূৰ্য্য় অভাৱত

(খ)মাটিৰ অভাৱত

(গ)বৰষুণৰ অভাৱত

উত্তৰঃ(গ)বৰষুণৰ অভাৱত

12. সমুৱে কি সিদ্ধান্তত উপনিত্ব হ’ল। 

(ক)নলা খানি নৈৰ পানি খেতিলৈ লৈ যোৱা

(খ)মটৰ চলায় নৈৰ পানী খেতি পথালৈ লৈ যোৱা

(গ)সাগৰৰ পানী গাড়ীৰে কঢ়িয়াই

উত্তৰঃ(ক)নলা খানি নৈৰ পানি খেতিলৈ লৈ যোৱা

 13. ৰাজুৱে বিয়ালৈ যায়ে কিমান দিনৰ পিছত আহিল।

(ক)এমাহৰ পিছত আহিল

(খ)এবছৰ পিছত আহিল

(গ)এসপ্তাহৰ পিছত আহিল

উত্তৰঃ(গ)এসপ্তাহৰ পিছত আহিল

14. সমুৰ খেতিৰ পথাৰত কি খেতিয়ে ভৰি গ’ল। 

(ক)ধানৰ খেতি

(খ)গোম খেতি

(গ)মটৰ মাহৰ খেতি

উত্তৰঃ(খ)গোম খেতি

15. দুমাহৰ পিছত সমুয়ে কি কৰিলে।

(ক)বন্ধুৰ লগত ফুৰিবলৈ গ’ল

(খ)বহুত শস্য় চপালে

(গ)বিয়াৰ ঘৰলৈ গ’ল

উত্তৰঃ(খ)বহুত শস্য় চপালে

16. সকলোতকৈ বোছি পৰিশ্ৰমী কোন কোন আছিল। 

(ক)বাজু

(খ)সমু

(গ)গাওঁৰ ৰাইজ

উত্তৰঃ(খ)সমু

17. নলা কোনে খানিছিল।

(ক)ৰাজুয়ে

(খ)সমুয়ে

(গ)গাওঁৰ গাওঁবোঢ়াই

উত্তৰঃ(খ)সমুয়ে

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping