Class 7 Niti Mallika Sankardev School | Chapter 7 | সৰ্বোত্তম আত্মত্য়াগ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

সৰ্বোত্তম আত্মত্য়াগ

1. জীমূতবাহন কোন আছিল।

(ক)গিতীকাৰ আছিল

(খ)কবি আছিল

(গ)বৌদ্ধধৰ্মীয় ৰাজঁকোৱৰ আছিল

উত্তৰঃ (গ)বৌদ্ধধৰ্মীয় ৰাজঁকোৱৰ আছিল

2. জীমূতবাহন কি কাৰণে অৰণ্য়লৈ গৈছিল।

(ক)আশ্ৰম বিচাৰি

(খ)চিকাৰ বিচাৰি

(গ)জুপুৰি ঘৰ বিচাৰি

উত্তৰঃ (ক)আশ্ৰম বিচাৰি

3. অতি সুমথুৰ গীত বতাহত ভাহি আহি কাৰ কাণত পৰিল।

(ক)জীমূতবাহনৰ পিতৃ কাণত

(খ)জীমূতবাহনৰ মাতৃ কাণত

(গ)জীমূতবাহনৰ কাণত

উত্তৰঃ (গ)জীমূতবাহনৰ কাণত

4. গৌৰীদেৱীৰ মন্দিৰত জীমূতবাহনে কাক দেখিলে।

(ক)ৰাজকুমাৰী মলয়াৱতি

(খ)জীমূতবাহনৰ পিতৃ-মাতৃ

(গ)গৌৰীদেৱীক

উত্তৰঃ (ক)ৰাজকুমাৰী মলয়াৱতি

5. জীমূতবাহনে শঙ্খচূড়ৰ ঠাইত কাৰ আহাৰ হ’বলৈ ইচ্ছা কৰি পাহাৰৰ নামনিলে গ’ল

(ক)সাপৰ

(খ)বাঘৰ

(গ)গৰুড় পক্ষী

উত্তৰঃ (গ)গৰুড় পক্ষী

6. জীমূতবাহনে তেওঁক খাই কাৰ ভোক গুচাবলৈ টানি ধৰিলে।

(ক)গৰুড় পক্ষীৰ

(খ)অসুৰৰ

(গ)সিংহৰ

উত্তৰঃ (ক)গৰুড় পক্ষীৰ

7. লাজ পাই গৰুড়ে নিজৰ জীৱন শেষ কৰিবলৈ কি কৰিলে।

(ক)মূৰতো পাহাৰত মাৰিবলৈ ধৰিলে

(খ)পাখি দুখন শিলত মাৰিবলৈ ধৰিলে

(গ)বুকুখন শিলৰ লগত যোজাবলৈ ধৰিলে

উত্তৰঃ (খ)পাখি দুখন শিলত মাৰিবলৈ ধৰিলে

8. গৰুড়ে লৰালৰিকৈ ক’ৰ লৈকে উৰা মাৰিলে।

(ক)পাতাল লৈকে

(খ)স্বৰ্গলৈকে

(গ)আকাশৰ লৈকে

উত্তৰঃ (খ)স্বৰ্গলৈকে

9. গৰুড় পক্ষী ডাঙৰ ঠোঁটেৰে কেইটোপালমান কি তললৈ পেলায়ে দিলে।

(ক)পানী

(খ)অমৃত

(গ)আমৰ ৰস

উত্তৰঃ (খ)অমৃত

10. জীমূতবাহনৰ গাত অমৃত পৰাৰ লগে লগে কি হ’ল।  

(ক)তেওঁৰ গাত বল-শক্তি আহিল

(খ)অমৰ হ’ল

(গ)অহংকাৰি হ’ল

উত্তৰঃ (ক)তেওঁৰ গাত বল-শক্তি আহিল

11. জীমূতবাহনৰ পিতৃ- মাতৃ কি হৈ আহিছিল। 

(ক)বিশ্বাল হৈ আহিছিল

(খ)সৰু হয় আহিছিল

(গ)বুঢ়া হৈ আহিছিল

উত্তৰঃ (গ)বুঢ়া হৈ আহিছিল

12. জীমূতবাহনৰ পিতৃ- মাতৃ ক’ত থাকিবলৈ বিচাৰিছিল। 

(ক)ৰাজমহলত

(খ)জুপুৰি ঘৰত

(গ)আশ্ৰমত

উত্তৰঃ (গ)আশ্ৰমত

13. শঙ্খচূড় কোন আছিল।

(ক)সন্ন্য়াসি আছিল

(খ)ঋষি আছিল

(গ)সাপ আছিল

উত্তৰঃ (গ)সাপ আছিল

14. জীমূতবাহনৰ ওপৰিও কোনে জীৱন ঘূৰায়ে পালে। 

(ক)বাঘে

(খ)সাপে

(গ)সিংহয়ে

উত্তৰঃ (খ)সাপে

15.  কাৰ সৰ্বোৎকৃষ্ট আত্মত্য়াগৰ কথা তেওঁৰ ৰাজ্য়ৰ প্ৰজাসকলৰ কাণত পৰিল। 

(ক)শঙ্খচূড়

(খ)জীমূতবাহন

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)জীমূতবাহন

16. জীমূতবাহনৰ কাৰ লগত প্ৰেম হ’ল।

(ক)মাতৃভূমি লগত

(খ)ৰাজকুমাৰী মলৱাবতি লগত

(গ)মাতৃভাষাৰ লগত

উত্তৰঃ (খ)ৰাজকুমাৰী মলৱাবতি লগত

17. কোনে আত্মত্য়াগ কৈছিল।

(ক)জীমূতবাহনৰ পত্নীয়ে

(খ)জীমূতবাহনৰ পুত্ৰয়ে

(গ)জীমূতবাহনয়ে

উত্তৰঃ (গ)জীমূতবাহনয়ে

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping