🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Mallika Sankardev School | Chapter 8 | ৰজা ভোজ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

ৰজা ভোজ

1. ৰজা ভোজো কিমান চনৰ পৰা কিমান চনৰ লৈকে মালৱা সাম্ৰাজ্য় শাসন কৰিছিল।  

(ক)খৃঃ অঃ ১৮৯০ ৰ পৰা খৃঃ অঃ ১৯৯০ চনৰ লৈকে

(খ)খৃঃ অঃ ১৫৬০ ৰ পাৰ খৃঃ অঃ ১৬৫০ চনৰ লৈকে

(গ)খৃঃ অঃ ১০১৮ ৰ পৰা খৃঃ অঃ ১০৬৩ চনৰ লৈকে

উত্তৰঃ (গ)খৃঃ অঃ ১০১৮ ৰ পৰা খৃঃ অঃ ১০৬৩ চনৰ লৈকে

2.  ভোজ কোন আছিল।

(ক)খেতিয়ক আছিল

(খ)সেনাপতি আছিল

(গ)ৰজা আছিল

উত্তৰঃ (গ)ৰজা আছিল

3. সৰু কালতে ৰজা ভোজো কাক হোৰুৱাছিলে।

(ক)দেউতাকক

(খ)মাকক

(গ)দাদাইকক

উত্তৰঃ (ক)দেউতাকক

4. ৰজা ভোজো দাদাইকৰ নাম কি আছিল।

(ক)বোজেশ্বৰ

(খ)বলবলা

(গ)মুঞ্জেই কোঁৱৰ

উত্তৰঃ (গ)মুঞ্জেই কোঁৱৰ

5. ভোজ কেনেকুৱা ল’ৰা আছিল।

(ক)মুৰ্খ্য় আৰু একো নাজানা আছিল

(খ)জ্ঞানি আৰু বুধিয়ক আছিল

(গ)বলবান আৰু জ্ঞানি আছিল

উত্তৰঃ (খ)জ্ঞানি আৰু বুধিয়ক আছিল

6. ৰজা ভোজক প্ৰজাসকলে কেনেকুৱা পাইছিল।

(ক)ভাল পাইছিল

(খ)বেয়া পাইছিল

(গ)খঙাল পাইছিল

উত্তৰঃ (ক)ভাল পাইছিল

7. মুঞ্জে কি হ’বলৈ হেপাহ কৰিছিল।

(ক)সেনাপতি

(খ)মন্ত্ৰী

(গ)দেশৰ ৰজা

উত্তৰঃ (গ)দেশৰ ৰজা

8. ভোজদৰ নিষ্ঠৰ দাদাযেক মুঞ্জে, কবিতাটো পঢ়ি বিচলিত হৈছিল আৰু তেওঁৰ উলীই আহিছিল।

(ক)হাহি

(খ)দুচকুৱেদি চকূপানী বৈ আহিছিল

(গ)সুখ আহিছিল

উত্তৰঃ (খ)দুচকুৱেদি চকূপানী বৈ আহিছিল

9. সেনাধ্য়ক্ষ বৎসৰাজে মুঞ্জেৰ কি লক্ষ্য় কৰিছিল।

(ক)দুখ বেজাৰ

(খ)হাহিৰ ধেমালি

(গ)সুখি হোৱা

উত্তৰঃ (খ)হাহিৰ ধেমালি

10. সেনাধ্য়ক্ষ বৎসৰাজে তেওঁৰ ঘৰৰ পিছপিনে কাক লুকাই থৈছিল।

(ক)মুঞ্জেক

(খ)ভোজক

(গ)সেনাধ্য়ক্ষ লৰাক

উত্তৰঃ (খ)ভোজক

11. ভাৰতীয় সাহিত্য়ৰ বুৰঞ্জীৰ মতে আমাৰ দেশত কেনেকুৱা প্ৰকৃতি ৰজা আছিল। 

(ক)অস্ত্ৰ সাস্ত্ৰ চলাব জানা

(খ)সকলো যুদ্ধত পৰাজয় হোৱা

(গ)বহুত ডাঙৰ ডাঙৰ ৰজা আৰু বীৰ আছিল

উত্তৰঃ (গ)বহুত ডাঙৰ ডাঙৰ ৰজা আৰু বীৰ আছিল

12. ভোজে লিখা কবিতাঁফাকি কি উল্লেখ কৰা হৈছে। 

(ক)শ্ৰীবিষ্ণু কথা

(খ)মহাদেৱ আৰু মাতা পাৰ্বতি কথা

(গ)মান্ধাতা, ৰামচন্দ্ৰ আৰু যুধিষ্ঠিৰ কথা

উত্তৰঃ (গ)মান্ধাতা, ৰামচন্দ্ৰ আৰু যুধিষ্ঠিৰ কথা

13. মুঞ্জেই বৎসৰাজক তৎক্ষণাত কাক আনিবলৈ কলে।

(ক)বাঘক

(খ)সিংহয়ে

(গ)ভোজক

উত্তৰঃ (গ)ভোজক

14. মুঞ্জেই ভোজক কি খুজিলে।

(ক)ধন, টকা-পইচা, সোণ

(খ)ক্ষমা

(গ)অস্ত্ৰ সাস্ত্ৰ বিদ্য়া

উত্তৰঃ (খ)ক্ষমা

15. মুঞ্জেই সন্ন্য়স গ্ৰহণ কৰি ক’ত থাকিবলৈ ল’লে।

(ক)ৰাজমহলত

(খ)ওচৰৰ এখন অৰণ্য়ত

(গ)নগৰত

উত্তৰঃ (খ)ওচৰৰ এখন অৰণ্য়ত

16. মুঞ্জেই কোন আছিল।

(ক)ভোজৰ বাপেক আছিল

(খ)ভোজৰ দাদাইক আছিল

(গ)ভোজৰ ভাইক আছিল

উত্তৰঃ (খ)ভোজৰ দাদাইক আছিল

17. ভোদৰ দাদাইক কেমেকুৱা আছিল।

(ক)মৰমিয়াল আছিল

(খ)খঙত থাকা আছিল

(গ)নিষ্ঠোৰ আছিল

উত্তৰঃ (গ)নিষ্ঠোৰ আছিল

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop