🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Niti Mallika Sankardev School | Chapter 9 | পোহৰৰ উৎসৱ দীপাৱলী | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 9

পোহৰৰ উৎসৱ দীপাৱলী

1. হিন্দুসকলে পালন কৰা বিভিন্ন উৎসৱসমূহৰ মাজত পোহৰৰ উৎসৱ কোনটো উৎসৱক কৈ।

(ক)বিহু

(খ)পূজা

(গ)দিপাৱলী

উত্তৰঃ(গ)দিপাৱলী

2. দীপাৱলী কেতিয়া পালন কৰা হয়।

(ক)শাওণ মাহত

(খ)বহাগ মাহত

(গ)আহিন মাহত

উত্তৰঃ(গ)আহিন মাহত

3. প্ৰাচীন কালত আমাৰ এই অসমখনৰ নাম কি আছিল।

(ক)কামৰূপ

(খ)গুৱাহাটী

(গ)প্ৰাগজ্য়োতিষপুৰ

উত্তৰঃ(গ)প্ৰাগজ্য়োতিষপুৰ

4. প্ৰাগজ্য়োতিষপুৰত কি বংসৰ ৰজাই ৰাজত্ব কৰিছিল।

(ক)ৰাজপুত বংসৰ ৰজাই

(খ)অসুৰ বংসৰ ৰজাই

(গ)মায়াবি বংসৰ ৰজাই

উত্তৰঃ(খ)অসুৰ বংসৰ ৰজাই

5. অসুৰ বংসৰ ৰজাজনৰ নাম কি আছিল।

(ক)ৰাৱণ

(খ)নৰকাসুৰ

(গ)মুহিত

উত্তৰঃ(খ)নৰকাসুৰ

6. ভগৱানৰ সন্তান হোৱা সত্বেও নৰকাসৰে ক’ত স্থান  নাপাইছিল।

(ক)সাম্ৰাজ্য়ত

(খ)ৰ্স্বগত

(গ)সমবৰ্গত ৰাজ্য়ত

উত্তৰঃ(গ)সমবৰ্গত ৰাজ্য়ত

7. নৰকাসুৰে কাক সন্তুষ্ট কৰিবলৈ কঠোৰ তপস্য়া কৰিছিল।

(ক)বিষ্ণুক

(খ)শিৱক

(গ)ব্ৰহ্মাক

উত্তৰঃ(গ)ব্ৰহ্মাক

8. নপকাসুৰে লাহে লাহে কি হৈ উঠিল।

(ক)ভাল হৈ উঠিল

(খ)শান্ত হৈ উঠিল

(গ)অত্য়াচাৰি হৈ উঠিল

উত্তৰঃ(গ)অত্য়াচাৰি হৈ উঠিল

9. শ্ৰীকৃষ্ণই যুদ্ধই সাজেৰে সু-সজ্জিত হৈ পৰীক্ষাৰাজ কাৰ পিঠিত উঠি নৰকাসুৰকবধ কৰিবলৈ ওলাল।

(ক)গৰুৰ পিঠিত

(খ)সিংহ পিঠিত

(গ)গৰুড় পক্ষী পিঠিত

উত্তৰঃ(গ)গৰুড় পক্ষী পিঠিত

10. নৰকাৰসুৰ কাৰ সন্তান আছিল।

(ক)বৰাহৰূপী বিষ্ণু আৰু বসুমতিৰ সন্তান আছিল।

(খ)মহাদেৱ আৰু পাৰ্ৱতি সন্তান আছিল

(গ)ৰাম আৰু সিতা সন্তান আছিল

উত্তৰঃ(ক)বৰাহৰূপী বিষ্ণু আৰু বসুমতিৰ সন্তান আছিল।

11. পোহৰ উৎসৱ কাক বোলে। 

(ক)হলীক

(খ)দুৰ্গা পজাক

(গ)দিপাৱলী

উত্তৰঃ(গ)দিপাৱলী

12. ব্ৰহ্মায়ে সন্তুষ্ট হৈ কি আৰ্শীবাদ দিলে। 12. ব্ৰহ্মায়ে সন্তুষ্ট হৈ কি আৰ্শীবাদ দিলে। 

(ক)শক্তিবান আৰু দীৰ্ঘজীৱী হ’বলৈ

(খ)অমৰ আৰু শক্তি নাইকীয়া

(গ)বলবান আৰু জ্ঞানী হ’বলৈ

উত্তৰঃ(ক)শক্তিবান আৰু দীৰ্ঘজীৱী হ’বলৈ

13. নৰকাসুৰ কোন আছিল। 

(ক)অসুৰ আছিল

(খ)ভগৱান আছিল

(গ)গুৰু আছিল

উত্তৰঃ(ক)অসুৰ আছিল

14. নৰকাসুৰ কাৰ সমানেই মহাপৰাক্ৰমী যোদ্ধা আছিল। 

(ক)মহাদেৱৰ সমান

(খ)গৰুড় পক্ষী সমান

(গ)শ্ৰীকৃষ্ণ সমান

উত্তৰঃ

15. নৰকাসুৰ কাৰ হাতত পৰাজিত হ’ল। 

(ক)ব্ৰহ্মাৰ হাতত

(খ)শ্ৰীকৃষ্ণৰ হাতত

(গ)ঈন্দ্ৰৰ হাতত

উত্তৰঃ(খ)শ্ৰীকৃষ্ণৰ হাতত

16. কোনে পাপৰ পৰা মুক্ত হয়।

(ক)ৰাৱণে

(খ)নৰকাসুৰে

(গ)মুহিতে

উত্তৰঃ(খ)নৰকাসুৰে

17. নৰকাসুৰে কাক অত্য়াচাৰ কৰিছিল।

(ক)দেৱতাসকলক

(খ)মানুহক

(গ)অসুৰসকলক

উত্তৰঃ(ক)দেৱতাসকলক

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop