Class 7 Science Sankardev School | Chapter 11 | উদ্ভিদৰ পৰিবহণ তন্ত্ৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 11

উদ্ভিদৰ পৰিবহণ তন্ত্ৰ

১। কি উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে?

(ক)সালোক সংশ্লষণ হোৱা উদ্ভিদে

(খ)সেউজীয়া উদ্ভিদে

(গ)জীৱই

উত্তৰঃ (খ)সেউজীয়া উদ্ভিদে

২। পাতত প্ৰস্তুত হোৱা খাদ্যবোৰ গছৰ কোনবোৰ অংশলৈ যায় ?

(ক)ফল, পাত, ডাল

(খ)ডাল, শিপা আৰু ফুল

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)ডাল, শিপা আৰু ফুল

৩। গছৰ শিপাই কিহৰ দ্বাৰা পানী আৰু খনিজ লৱণ শোষণ কৰে?

(ক)আগৰ দ্বাৰা

(খ)শিপাৰ দ্বাৰা

(গ)মূলৰোমৰ দ্বাৰা

উত্তৰঃ (গ)মূলৰোমৰ দ্বাৰা

৪। কিহৰ সহায়ত পানী, খনিজ লৱণ আদি উদ্ভিদৰ শিপাৰ ভিতৰলৈ সোমায়?

(ক)বলৰ দ্বাৰা

(খ)আলুৰ দ্বাৰা

(গ)আসৃতিৰ দ্বাৰা

উত্তৰঃ (গ)আসৃতিৰ দ্বাৰা

৫। সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কেতিয়া হয়?

(ক)পানী গৈ পাত পোৱাৰ লগে লগে

(খ)পানী গৈ শিপা পোৱাৰ লগে লগে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)পানী গৈ পাত পোৱাৰ লগে লগে

৬। পাতত প্ৰস্তুত হোৱা খাদ্য কিহৰ সহায়ত চালনীৰ দ্বাৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ হয়?

(ক)ফ্লোৱেমৰ সহায়ত

(খ)সিৰাৰ সহায়ত

(গ)জাইলেমৰ সহায়ত

উত্তৰঃ (ক)ফ্লোৱেমৰ সহায়ত

৭। সংবহন গুচ্ছ কিহৰ দ্বাৰা গঠিত ?

(ক)ফ্লোৱেমৰ দ্বাৰা

(খ)জাইলেম আৰু ফ্লোৱেমৰ দ্বাৰা

(গ)সিৰা আৰু ধমনীৰ দ্বাৰা

উত্তৰঃ (খ)জাইলেম আৰু ফ্লোৱেমৰ দ্বাৰা

৮। পাতে পানী বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াটোক কি বোলে?

(ক)সালোক সংশ্লেষণ প্ৰক্ৰিয়া

(খ)প্ৰস্বেদন

(গ)চাপ

উত্তৰঃ (খ)প্ৰস্বেদন

৯। প্ৰস্বেদনৰ ফলত পত্ৰৰন্ধেৰে বাহিৰলৈ যাওতে কি চাপৰ সৃষ্টি হয়?

(ক)উচ্চ চাপ

(খ)নিম্ন চাপ

(গ)শোষণ চাপ

উত্তৰঃ (গ)শোষণ চাপ

১০। গছৰ ডাল এটা ৰঙীন পানীত থৈ দিলে কোনটো অংশ ৰঙীন হ’ব?

(ক)জাইলেম

(খ)ফ্লোৱেম

(গ)সিৰা

উত্তৰঃ (ক)জাইলেম

১১। জীয়াই থাকিবলৈ সকলো জীৱকে কিহৰ প্ৰয়োজন?

(ক)পানী

(খ)শৰ্কৰা

(গ)আহাৰৰ

উত্তৰঃ (গ)আহাৰৰ

১২। কাৰ দ্বাৰা উদ্ভিদে পানী আৰু খনিজ লৱণ শোষণ কৰে?

(ক)শিপাৰ

(খ)ফুলৰ

(গ)পাতৰ

উত্তৰঃ (ক)শিপাৰ

১৩। কোনে নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰিব নোৱাৰে?

(ক)উদ্ভিদে

(খ)প্ৰাণীয়ে

(গ)সালোক সংশ্লেষণে

উত্তৰঃ (খ)প্ৰাণীয়ে

১৪। সালোক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে কি তৈয়াৰ কৰিব পাৰি?

(ক)বায়ু

(খ)পানী

(গ)আহাৰ

উত্তৰঃ (গ)আহাৰ

১৫। সালোক সংশ্লেষণ সেউজীয়া অংশ প্ৰধানকৈ ক’ত থাকে?

(ক)শিপাত

(খ)পাতত

(গ)ফুলত

উত্তৰঃ (খ)পাতত

১৬। আহাৰৰ পৰা আমি কি পাওঁ?

(ক)প্ৰ’টিন

(খ)ভিটামিন

(গ)শক্তি

উত্তৰঃ (গ)শক্তি

১৭। উদ্ভিদৰ পানী, খাদ্য় আদি কি কলাৰে পৰিবহণ হয়?

(ক)জাইলেম

(খ)সংবহন

(গ)প্ৰস্বেদন

উত্তৰঃ (খ)সংবহন

১৮। কি নলিকাৰে উদ্ভিদৰ পানী পৰিবহণ হয়?

(ক)জাইলম

(খ)মূলৰোম

(গ)প্ৰস্বেদন

উত্তৰঃ (ক)জাইলম

১৯। পানী উঠিবলৈ কিহৰ প্ৰয়োজন হয়? 

(ক)শক্তিৰ

(খ)প্ৰস্বেদনৰ

(গ)সংবহন কলা

উত্তৰঃ (ক)শক্তিৰ

২০। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰাৰ বাবে যিমানখিনি পানীৰ দৰকাৰ তাতকৈ বহু বেছি পানী কিহে শোষণ কৰে?

(ক)সংবহনে

(খ)শিপাই

(গ)প্ৰস্বেদনে

উত্তৰঃ (খ)শিপাই

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping