🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 14 | বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 14

বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া

১। আধানযুক্ত কণিকাৰ একমুখী গতিৰ বাবেই কি প্ৰবাহৰ সৃষ্টি হয় ?

(ক) বিদ্যুৎ

(খ) কোষ

(গ) চুম্বকৰ

উত্তৰঃ (ক) বিদ্যুৎ

২। কোষ কেইপ্ৰকাৰৰ ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰঃ (ক) দুই

৩। ফিউজ তাঁৰডাল কোন দুটাত সংযোগকৰা হয় ?

(ক) ধাতুৰ

(খ) বৰ্তনীৰ

(গ) ঘনত্বৰ

উত্তৰঃ (ক) ধাতুৰ

৪। বিদ্যুৎ কোষত কিহৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় ?

(ক) ৰাসায়নিক শক্তি

(খ) তাপৰ শক্তি

(গ) চুম্বকৰ শক্তি

উত্তৰঃ (ক) ৰাসায়নিক শক্তি

৫। বেটাৰীৰ দ্বিতীয় কোষটোৰ কিহৰ লগত সংযোগ কৰা ?

(ক) ধনাত্মকৰ

(খ) ঋণাত্মকৰ

(গ) লাইটৰ

উত্তৰঃ (ক) ধনাত্মকৰ

৬। কোষত ৰাসায়নিক দ্ৰব্য়বোৰ কি কৰা হয়?

(ক) সঞ্চিত

(খ) সংগ্ৰহ

(গ) সংযোগ

উত্তৰঃ (ক) সঞ্চিত

৭। যেতিয়া ইয়াক ব্য়ৱহাৰ কৰা হয় ৰাসায়নিক বিক্ৰিয়া ঘটি কি উৎপন্ন কৰে?

(ক) তাপ

(খ) কোষ

(গ) বিদ্য়ুৎ

উত্তৰঃ (গ) বিদ্য়ুৎ

৮। বিদ্য়ুৎ বৰ্তনী হ’ল বিদ্য়ুৎ কোষৰ মূৰ দুটা এক বা একাধিক পৰিবাহীৰে সংযোগ কৰি তৈয়াৰ কৰা এটা________পথ?

(ক) গতি

(খ) চক্ৰীয়

(গ) ধনাত্মক

উত্তৰঃ (খ) চক্ৰীয়

৯। এই পথেদি কি প্ৰবাহিত হয়?

(ক) ৰাসায়নিক দ্ৰব

(খ) ঋণাত্মক

(গ) বিদ্য়ুৎ

উত্তৰঃ (গ) বিদ্য়ুৎ

১০। বৰ্তনী এটাৰ মাজেদি বিদ্য়ুৎ প্ৰবাহিত হ’বলৈ হ’লে এই পথটোৰ কোনো অংশত কি থাকিব নালাগিব?

(ক) ফাঁক

(খ) তাঁৰ

(গ) বাধা

উত্তৰঃ (ক) ফাঁক

১১। শ্ৰেণীবদ্ধভাৱে কেইবাটাও কোষ সংযোগ কৰিলে বৰ্তনীটোৰ মুঠ_______ভেদ বৃদ্ধি হয়?

(ক) বিভৱ

(খ) তাঁৰ

(গ) সত্ত্বে

উত্তৰঃ (ক) বিভৱ

১২। ফলত________প্ৰবাহৰ মান বাঢ়ে?

(ক) উত্তপ্ত

(খ) বিদ্য়ুৎ

(গ) উজ্জ্বল

উত্তৰঃ (খ) বিদ্য়ুৎ

১৩। কি কোষ বহুত ধৰণেৰে সজা হয়?

(ক) ৰাসায়নিক

(খ) বিদ্য়ুৎ

(গ) ঋণাত্মক

উত্তৰঃ (খ) বিদ্য়ুৎ

১৪। কি কোষ শ্ৰেণীবদ্ধ সজ্জাত বা সমান্তৰাল সজ্জাত  সংযোগ কৰিব পাৰি?

(ক) ঋণাত্মক

(খ) ধনাত্মক

(গ) বিদ্য়ুৎ

উত্তৰঃ (গ) বিদ্য়ুৎ

১৫। বিদ্য়ুৎ প্ৰবাহিত হোৱাৰ ফলত পৰিবাহীত কি উৎপন্ন হয়?     

(ক) তাঁৰ

(খ) তাপ

(গ) ধনাত্মক

উত্তৰঃ (খ) তাপ

১৬। তিতা হাতেৰে কেতিয়াও______অন-অফ কৰিব নালাগে?

(ক) ছুইচ

(খ) কাপোৰ

(গ) মোবাইল

উত্তৰঃ (ক) ছুইচ

১৭। ঘৰুৱা বৈদ্য়ুতিক বৰ্তনীত শ্ৰেণীবদ্ধভাৱে এডাল বিশেষ_______লগোৱা থাকে?

(ক) চৰ্ট

(খ) অংগ

(গ) তাঁৰ

উত্তৰঃ (গ) তাঁৰ

১৮। ইয়াক কি বোলে?

(ক) ফিউজ

(খ) কোষ

(গ) তাঁৰ

উত্তৰঃ (ক) ফিউজ

১৯। বিদ্য়ুৎ প্ৰবাহ পৰিবাহী তাঁৰ দুডাল অপৰিবাহী তৰপৰ ক’ত থাকে?

(ক) বাহীৰত

(খ) ভিতৰত

(গ) ওপৰত

উত্তৰঃ (খ) ভিতৰত

২০। দুয়োফালে তাঁৰৰ মুক্ত অংশ লগ লাগিলে কিহৰ সৃষ্টি হয়?

(ক) স্ফুলিংগৰ

(খ) বিদ্য়ুৎ

(গ) ফিউজ

উত্তৰঃ (ক) স্ফুলিংগৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop